নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাকিস্তান-ক সমর্থন কৰি কংগ্রেছ নেতাসহ ধৃত আন ৬জন

বিশেষ বাৰ্তা, ২৭ এপ্রিল : পেহেলগামৰ বর্বৰোচিত নৰসংহাৰৰ প্রসংগত সন্ত্রাসবাদৰ পৃষ্ঠপোষক চিৰবৈৰী ৰাষ্ট্র পাকিস্তান-ক সমর্থন কৰি অসম আৰক্ষীৰ হাতত ধৰা পৰিছে ইজনৰ পিছত সিজন দেশদ্রোহী৷ সামাজিক মাধ্যমত বিতর্কিত মন্তব্য কৰি ৰাষ্ট্রদ্রোহৰ অপৰাধত অসম…

অসম-ৰ গাঁওসমূহত গঢ়ি তোলা হ’ব নৈশ বিদ্যালয়

🔹 অসম-ৰ শিক্ষাখণ্ডক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা বিশেষ বাৰ্তা, ২৭ এপ্রিল : অসমৰ শিক্ষাখণ্ডৰ আমূল পৰিৱর্তনৰ হকে একাধিক পদক্ষেপ গ্রহণ কৰা ৰাজ্য চৰকাৰে এইবাৰ গ্রামাঞ্চলত নিশাৰ বিদ্যালয় খোলাৰ সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্রী ড০…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২৭ এপ্রিল, ব’হাগ মাহৰ ১৩ তাৰিখ, দেওবাৰ মেষ : সন্তানৰ শুভ৷ প্রতিকাৰ– বগা ফুল, তুলসীৰ পাত আৰু সেন্দূৰ এখন আগলি কলপাতত লৈ বোৱঁতী পানীত এৰি দিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ বৃষ : হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি…

EPFO ত কেইবাটাও পৰিৱৰ্তন প্ৰণয়ন, সবিশেষ জানক

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ EPFO ত কেইবাটাও ডাঙৰ পৰিৱৰ্তন প্ৰণয়ন। কাৰ্য্যকলাপ আধুনিকীকৰণৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে কৰ্মচাৰীৰ ভৱিষ্য নিধি সংস্থাই ( EPFO ইপিএফঅ’) ২০২৫ চনৰ পৰা ইয়াৰ প্ৰক্ৰিয়াসমূহত কেইবাটাও ডাঙৰ পৰিৱৰ্তন প্ৰণয়ন কৰিছে।…

অনন্ত আম্বানি ক ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ পূৰ্ণকালীন সঞ্চালক হিচাপে নিযুক্তি

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ মুকেশ আম্বানি নেতৃত্বাধীন ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজে অনন্ত আম্বানিক পূৰ্ণকালীন সঞ্চালক হিচাপে নিযুক্তি দিছে। অহা ১ মে’ৰ পৰা পাঁচ বছৰৰ বাবে নিযুক্তি দিয়া হৈছে তেওঁক। কোম্পানীটোৱে এক্সচেঞ্জ ফাইলিঙত কয় যে “আজি অনুষ্ঠিত…

ভাৰত-পাকিস্তানৰ মাজত সদায় উত্তেজনা হৈ আহিছে, ট্ৰাম্প

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰাম্প পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ইটালীৰ ৰোমলৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ সদস্যসকলৰ সৈতে ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউছত মুখামুখি হয়। মুখামুখিত সাংবাদিকে…

সিন্ধু জল সন্ধি স্থগিতৰ সিদ্ধান্তক আদৰণি আব্দুল্লাৰ, কাশ্মীৰীৰ বাবে অভিশাপ

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ সিন্ধু জল সন্ধি স্থগিতৰ সিদ্ধান্তক আদৰণি ওমৰ আব্দুল্লাৰ। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পেহেলগাম আক্ৰমণৰ পৰিণতিত কেন্দ্ৰই সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তক সমৰ্থন কৰিছে। সংবাদ মাধ্যমক সম্বোধন কৰি ওমৰ…

তপোবন ৰ প্ৰতিষ্ঠাপক কুমুদ কলিতাক উজ্জয়িনী বৰা সমাজসেৱা বঁটা-২০২৪ প্ৰদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ এপ্ৰিলঃ তপোবন ৰ প্ৰতিষ্ঠাপক কুমুদ কলিতাক উজ্জয়িনী বৰা সমাজসেৱা বঁটা-২০২৪ প্ৰদান। 'উজ্জয়িনী বৰা স্মাৰক ন্যাস'ৰ উদ্যোগত আৰু 'আভ্যন্তৰীণ গুণমান সুৰক্ষা কোষ (IQAC), সন্দিকৈ মহাবিদ্যালয়'ৰ সহযোগত আজি দিনৰ ১ বজাত সন্দিকৈ…

পাকিস্তানী এপ আল্পাইন কোয়েষ্টেৰে পেহেলগামত সন্ত্ৰাসবাদীৰ পথ নিৰ্দেশনা

বিশেষ বাৰ্তা, নতুন দিল্লী, ২৬ এপ্ৰিলঃ পাকিস্তানী এপেৰে পাকিস্তানী এপ ভাৰতত নৰসংহাৰ সন্ত্ৰাসবাদীৰ। মঙলবাৰে সমগ্ৰ দেশ জোকাৰি যোৱা পেহেলগামৰ বৈছৰনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত কেবাটাও চাঞ্চল্যকৰ তথ্য লাহে লাগে পোহৰলৈ আহি আছে।…

আমেৰিকাত ভাৰতীয় শিক্ষাৰ্থীলৈ সকাহ! আইনী মৰ্যাদা সাময়িকভাৱে ঘূৰাব ট্ৰাম্প প্ৰশাসন-এ

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ ট্ৰাম্প প্ৰশাসন এ জনাইছে যে তেওঁলোকে আমেৰিকাত শ শ বিদেশী ছাত্ৰ-ছাত্ৰীৰ আইনী মৰ্যাদা সাময়িকভাৱে পুনৰ ঘূৰাই আনিব, আনকি ভৱিষ্যতে তেওঁলোকৰ মৰ্যাদা বন্ধ কৰাৰ অনুমতি দিব পৰা নীতি প্ৰস্তুত কৰাৰ সময়তো। আন্তঃৰাষ্ট্ৰীয়…