নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ মে’ত ‘কেৰেলা ষ্ট’ৰী’ চাব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই

বিশেষ বাৰ্তা, ৮ মে : অহা ১১ মে’ত ‘কেৰেলা ষ্ট’ৰী’ চলচ্চিত্রখন চাব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পৰিয়ালৰ লগতে কেবিনেট সতীর্থসহ মুখ্যমন্ত্রী ড০ শর্মাই চলচ্চিত্রখন উপভোগ কৰিব৷ আজি গুৱাহাটীত  সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই সেই কথা প্রকাশ কৰে৷ মুখ্যমন্ত্রীয়ে লগতে সাংবাদিকসকলকো চলচ্চিত্রখন চোৱাৰ বাবে আহ্বান জনায়৷ অৱশ্যে চলচ্চিত্রখনৰ বিষয়বস্তুক লৈ কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্রী ড০ শর্মা৷

You might also like