বাজেট হাইলাইট, অহা পাঁচ বছৰত ৬০ লাখ কর্মসংস্থাপন
বিত্তমন্ত্ৰীৰ ঘোষণা—-
অহা পাঁচ বছৰত ৬০ লাখ কর্মসংস্থাপন
ডেৰ লাখ পোষ্ট অফিচক কোৰ বেংকত যুক্ত কৰা হ’ব
চলিত বিত্ত বর্ষতেই আৰম্ভ হ’ব ই-পাছপোর্ট
দেশৰ ৭৫ জিলাযত ৭৫ ডিজিটেল বেংকিং ইউনিট তৈয়াৰ কৰা হ’ব
অনলাইন শিক্ষাক উৎসাহ দিবলৈ ডিজিটেল বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হ’ব
জাতীয় চড়ক ২৫ হাজাৰ কিলোমিটাৰলৈ বৃদ্ধি
শীঘ্রেই বজাৰলৈ আহি আছে জীৱন বীমা নিগমৰ আইপিঅ’
ভাৰতৰ অর্থনীতি ধীৰে ধীৰে ঘূৰি আহিছে
নতুনকৈ ৪০০ বন্দে ভাৰত ৰে’ল আৰম্ভ
ফচলৰ মূল্যায়ন, ভূমি অভিলেখকৰ ডিজিটেলাইজেছন, কিটনাশক আদি চতিয়াবলৈ কৃষক ড্রোনৰ ব্যৱহাৰ বৃদ্ধি হ’ব
কভিডৰ কাৰণে শিক্ষাত যি ক্ষতি হৈছে তাৰ বাবে ১-ক্লাছ-১-টিভি চেনেল মুকলি কৰা হ’ব
ৰাজহুৱা পৰিৱহণত সেউজ পদ্ধতি বৃদ্ধি কৰিব। বেটাৰী স্বেপিং নীতি অনা হ’ব
২০২২-২৩ত ৬০ কিলোমিটাৰ দীর্ঘ 8 ৰোপৱে প্রকল্পৰ বাবে ঠিকা দিয়া হ’ব