নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বিশ্বত ত্ৰাস সৃষ্টিকাৰী ক’ৰোনাৰ কোপদৃষ্টিত ভাৰত । বৰ্তমানলৈকে ভাৰতত ৮৩ জন লোক আক্ৰান্ত হৈছে এই মহামাৰী ভাইৰাছত । এক বিশেষ জাননীৰ জৰিয়তে শনিবাৰে কেন্দ্ৰীয় চৰকাৰে ক’ৰোনাত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ।
Home Ministry: Rs 4 lakh will be paid as ex-gratia to the family of the person who will lose their life due to #Coronavirus, including those involved in relief operations or associated in response activities. https://t.co/duQCN1yVP7
— ANI (@ANI) March 14, 2020