বন বিভাগত ৫০টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ২০ জুলাই
অসম লোকসেৱা আয়োগে অসমৰ পৰিৱেশ আৰু বন বিভাগৰ অধীনস্থ অসম বন পৰিসেৱাত খালী হোৱা ৫০টা ফৰেষ্ট ৰেঞ্জাৰ পদত নিয়োগৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷