BTR Election : ১৮টা সমষ্টিত প্ৰাৰ্থিত্ব ঘোষণা UPPLৰ
BTR Election : সমাগত BTRৰ নিৰ্বাচনক লৈ UPPL দলৰ প্ৰথম ১৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা। সেই অনুসৰি চিৰাং জিলাৰ ১৩ নম্বৰ চিৰাং পৰিষদীয় সমষ্টিত UPPL দলৰ প্ৰাৰ্থিত্ব লাভ ছাইখং বসুমতাৰী ওৰফে বি ছাওৰাইগৌৰাৰ ৷ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে প্ৰমোদ বড়োক ধন্যবাদ ছাওৰাইগৌৰাৰ ৷ প্ৰাৰ্থিত্ব লাভ কৰি বিজয় নিশ্চিত বুলি দাবী ছাওৰাইগৌৰাৰ ৷
ইফালে ঘোষিত ইউপিপিএলৰ প্ৰাৰ্থিত্ব তালিকা এনেধৰণৰ

Niyomiya Barta Desk, 22 August