নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Guwahati News : গুৱাহাটীত যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা ৰেজ্জাকৰ

Guwahati News : মহানগৰীত পুনৰ যুৱতীক শ্লীলতা হানিৰ চেষ্টা। গুৱাহাটীৰ বেলতলা ছাৰ্ভেৰ ফিজিক্স কোচিং চেন্টাৰত সংঘটিত হৈছে এই শ্লীলতা হানিৰ ঘটনা। ৰেজ্জাক আলী নামৰ এজন লম্পটে শ্লীলতা হানিৰ চেষ্টা চলাইছিল যুৱতীগৰাকীক।

ধৃত ৰেজ্জাক আলী পেছাত এগৰাকী ৰং মিস্ত্ৰী। দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ধৃত ৰেজ্জাকক। সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত আছে ৰেজ্জাক আলী।

Niyomiya Barta Desk, 22 August

You might also like