ডিমৌ কছাৰী পথাৰত অঘটন, যুৱকৰ সলিল সমাধি
- ডিমৌ কছাৰী পথাৰত অঘটন
- মাছ মাৰিবলৈ গৈ মণ্টু গগৈৰ নামৰ এজন লোকৰ সলিল সমাধি
- অন্য এজন লোক মোহন গগৈ বৰ্তমানো সন্ধানহীন
- বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান বিচাৰি পোৱা নাই
- দুয়োজনৰ ঘৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী পথাৰ গাঁৱত
নিয়মীয়া বাৰ্তা ডেস্ক, ১৪ অক্টোবৰ