নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীত ব্ৰহ্মপুত্ৰত উদ্ধাৰ ৫ বছৰীয়া শিশুৰ মৃত*দেহ

  • হাটশিঙিমাৰীৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰত উদ্ধাৰ এটি ৫ বছৰীয়া শিশুৰ মৃতদেহ
  • শিশুটিক মিজানুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে
  • যোৱা ২ অক্টোবৰত সুখচৰৰ বেৰাভাঙা গাঁৱৰ পৰা নিৰুদ্দেশ হৈছিল শিশুটি
  • ব্ৰহ্মপুত্ৰৰ পাৰত খেলি থকা অৱস্থাত পানীত পৰি নিৰুদ্দেশ হৈছিল শিশুটি
  • আজি পুৱাৰ ভাগত কোকৰাডাঙাত খহনীয়া হোৱাৰ পাছত মৃতদেহটি উপঙি উঠিছে
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ

You might also like