নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি খানাপাৰাত ঝুমুইৰ বিনন্দিনীত অংশগ্ৰহণকাৰীক মাননি প্ৰদান অনুষ্ঠান

  • আজি খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত সৰুসজাই ক্ৰিয়া প্ৰকল্পত ২০২৫ চনৰ ২৪ ফেব্ৰুৱাৰীত আয়োজিত ঝুমুইৰ নৃত্যত অংশগ্ৰহণকাৰীলৈ মাননি প্ৰদান অনুষ্ঠান।
  • ঝুমুইৰ বিনন্দিনী অশংগ্ৰহণকাৰীসকলক প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
  • ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে শিল্পী, কলা-কুশলীসকল।
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব এই বিশেষ অনুষ্ঠানত।
  • লগতে উপস্থিত থাকিব ৰাজ্য সাংসদ বিধায়কসকল।
  • আৰক্ষীৰ কটকটীয়া বেষ্টনীৰ লগতে সজাই-পৰাই তোলা হৈছে সমগ্ৰ পৰিৱেশ।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ অক্টোবৰ

You might also like