নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত দীপাৱলীৰ নিশা দুই যুৱকক ছুৰিকাঘাত উদণ্ড যুৱকৰ

নিচাসক্ত যুৱকজনে যুৱক দুজনক আক্ৰমণ কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই

  • শিৱসাগৰত দীপাৱলীৰ নিশা সংঘটিত হয় এক ভয়ানক অঘটন
  • দলবদ্ধ আক্ৰমণৰ বলি হয় দুই যুৱক
  • ছুৰীৰে আক্ৰমণ কৰে দুই যুৱকক
  • শিৱসাগৰৰ ষ্টেচন চাৰিআলিত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড
  • ছুৰীৰে আক্ৰমণ কৰা যুৱকজনৰ নাম পৰীক্ষিত ডেকা
  • আক্ৰমণ কৰা যুৱকজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকাৰ সন্দেহ কৰা হৈছে
  • পৰীক্ষিত ডেকাক স্থানীয় লোকে কৰায়ত্ত কৰে
  • ছুৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱক দুজনৰ নাম ৰাহুল বৰুৱা আৰু আছিক খান
  • ৰাহুল বৰুৱাৰ ঘৰ ষ্টেচন চাৰিআলিত আৰু আছিক খানৰ ঘৰ বিজি ৰোডত
  • নিচাসক্ত যুৱকজনে যুৱক দুজনক আক্ৰমণ কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

নিয়মীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ

You might also like