গুৱাহাটীৰ বেলতলাত যুৱকৰ ৰহস্যজনক মৃত্যু, নিশা আছিল প্ৰেয়সীৰ লগত
ৰহস্যজনকভাৱে মৃত্যুৰ পাছতেই জেমছৰ নিথৰ দেহ নিজেই নমাইছিল প্ৰেয়সীয়ে
- গুৱাহাটী মহানগৰীৰ বেলতলাত যুৱকৰ ৰহস্যজনক মৃত্যু
- মৃত যুৱকজনৰ নাম জেমছ বৰুৱা
- বেলতলা লাষ্টগেটত থকা Surya Enclave ৰ B block ৰ 4E ফ্লেটত আছিল যুৱকজন
- যোৱানিশা প্ৰেয়সীৰ লগত আছিল জেমছ
- ৰহস্যজনকভাৱে মৃত্যুৰ পাছতেই জেমছৰ নিথৰ দেহ নিজেই নমাইছিল প্ৰেয়সীয়ে।
- ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে সোধাপোছাৰ বাবে আটক কৰিছে যুৱতীগৰাকীক
- ফৰেনছিকৰ দলে ফ্লেটটোত উপস্থিত হৈ চলাইছে পৰীক্ষা
- দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
নিয়মীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ