ভাৰতত দ্ৰূত গতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা । দেওবাৰে পুৱা পৰ্যন্ত দেশত ক’ৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮৪৫৩ জনলৈ বৃদ্ধি হৈছে । লগতে এই ভাইৰাছত আক্ৰান্ত হৈ ২৮৯ জনে প্ৰাণ হেৰুৱাইছে । ইয়াৰে
মহাৰাষ্ট্ৰত -১৭৬১ জন
কেৰালাত- ৩৭৩ জন
দিল্লীত- ১০৬৯ জন
তামিলনাডুত ৯৬৯ জন
তেলেংগানাত ৫০৩ জন
মধ্যপ্ৰদেশত ৫২৯ জন
ৰাজস্থানত ৭০০ জন
উত্তৰ প্ৰদেশত ৪৫২ জন
গুজৰাটত ৪৬৮ জন
কৰ্ণাটকত ২১৬ জন