নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ দিল্লীত ক’ৰোনাই সংহাৰী ৰূপ লোৱাৰ সময়তে বৃহস্পতিবাৰে পুৱা পুনৰ এজন যুৱকৰ দেহত ধৰা পৰিছে ক’ৰোনাৰ অৱস্থিত । ঘটনা অনুসৰি, পিজ্জা ডেলিভাৰী বয় ৰূপে কৰ্মৰত যুৱকজন আক্ৰান্ত হৈছে ক’ৰোনাত ।
যাৰ পাছতে দক্ষিণ দিল্লীৰ জিলা ন্যায়াধিশে প্ৰায় ৭২ ঘৰ লোকক ‘হোম কোৱাৰেণ্টাইন’ ত থকাৰ নিৰ্দেশ দিছে ।
A pizza delivery boy has tested positive for #Coronavirus. The administration has asked people living in around 72 houses to stay in quarantine: District Magistrate South, #Delhi pic.twitter.com/IHrUZxu6Pt
— ANI (@ANI) April 16, 2020
উল্লেখ্য যে দিল্লীত আজি পুৱা পৰ্যন্ত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৫৭৮ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩২ জন লোকৰ ।