- বিগত ২৪ ঘণ্টাত ক’ৰোনাৰ ফলত ৮৩ জন লোকৰ মৃত্যু
- বিপৰীতে ২৫৭৩ জনৰ দেহত নতুনকৈ ধৰা পৰিছে ক’ৰোনা
- দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪২৮৩৬ জনলৈ বৃদ্ধি
- য’ত সক্ৰিয় ঘটনা ২৯৬৮৫ টা আৰু মৃত্যু ১৩৮৯ টা
- বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ১০৭৪ জন লোক
- দেশত ক’ৰোনাত আৰোগ্যৰ হাৰ ২৭.৫২ লৈ বৃদ্ধি