নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

নিউজডেস্ক, ১ ডিচেম্বৰঃ দেওবাৰে পুৱাৰ ভাগত জম্মু-কাশ্মীৰৰ চাপোৰ অঞ্চলৰ দলৰী বনাঞ্চলত বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয় । উল্লেখ্য যে ৩২ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ বিশেষ অপাৰেছন গ্রুপৰ যৌথ অভিযানত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ ।

You might also like