ঘৃণনীয় নিজৰ মাতৃৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰি হত্যা কৰিলে পুত্ৰই
নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ ঘৃণনীয় ঘটনাটো গম পালে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। নিজ মাতৃকে অবৈধ সম্পৰ্ক স্থাপন কৰি হত্যা কৰিলে পুত্ৰই। ঘটনাটো সংঘটিত হৈছে কৰ্ণাটকৰ হাভেৰী জিলাত। গোটেই দেশ যেতিয়া দিপাৱলীৰ পোহৰত আলোকিত হৈ আছিল তেতিয়াই এই জঘন্য ঘটনা সংঘটিত হৈছিল।
লগতে পঢ়কঃ বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ ১১টাকৈ ভুৱা সেনা জোৱান
আৰক্ষীৰ মতে যুৱক জনৰ নাম শিভাপ্পা। শিভাপ্পাৰ দেউতাকৰ মৃত্যু হৈছিল যোৱা বছৰ। কিন্তু তাৰ পিছৰ পৰাই নিজৰ মাতৃৰ সৈতে ঘৃণনীয় সম্পৰ্ক কৰিছিল শিভাপ্পাই । আনহাতে মহিলাগৰাকীৰ বহুপুৰুষৰ সৈতে অবৈধ সম্পৰ্ক আছিল। যাৰ পৰিপেক্ষিতত ক্ৰোধিত হৈ পৰে শিভাপ্পা। শিভাপ্পাই মাতৃক বুজাইছিল যে সেই ঘৃণনীয় সম্পৰ্ক কেৱল তাৰ লগতহে বজাই ৰাখিব লাগে। কিন্তু মাতৃয়ে সেই কথা নামানি অন্য পুৰুষৰ সৈতে ৰাখিছিল অবৈধ সম্পৰ্ক।
৭০০ কয়দীৰ মাজত এটা টিভি, জেলত এনেদৰে দিন পাৰ কৰিছিল অৰ্ণৱে
যাৰ পৰিপেক্ষিতত শিভাপ্পাই হত্যা কৰে মাতৃক। আৰু শিভাপ্পাই নিজৰ সকলো অপৰাধ স্বীকাৰ কৰিছে আৰক্ষীৰ আগত। আৰক্ষীয়ে ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছে যুৱকজনৰ বিৰোধে।
SOURCE- TIMES OF INDIA