নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ দেশজুৰি বৃদ্ধি পাইছে ক’ৰোনাৰ প্রকোপ। ১১ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে এই ভাইৰাছৰ সংক্রমণে। যাৰ পাছতেও বুধবাৰে ছাত্র-ছাত্রীৰ পৰীক্ষাক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্রই।
CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা ভয়ানক ক’ৰোনা পৰিস্থিতিত বাতিল কৰা হৈছে। লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও পিছুৱাই দিয়া হৈছে।
Board Exams for Class 10th cancelled & 12th postponed. Results of Class 10th will be prepared on the basis of an objective criterion to be developed by the Board. Class 12th exams will be held later, the situation will be reviewed on 1st June by the Board: Ministry of Education pic.twitter.com/ljVuUkEChB
— ANI (@ANI) April 14, 2021