নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ মহাৰাষ্ট্ৰৰ বিজয় বল্লভ ক’ভিড হাস্পতালত ভয়ংকৰ ঘটনা। পুৱতি নিশা ক’ভিড হাস্পতালৰ ICUত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ মৃত্যু হয় ১৩ জনকৈ লোক।
পুৱতি নিশা ৩ বাজি ১৫ মিনিটত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
Maharashtra | 13 people have died in a fire that broke out at Vijay Vallabh COVID care hospital in Virar, early morning today pic.twitter.com/DoySNt4CSQ
— ANI (@ANI) April 23, 2021