নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনপ্ৰেমৰ অনন্য নিদৰ্শন… পদযাত্ৰা অব্যাহত তাপসৰ

জুবিনদাৰ গীত গাই গাই শদিয়াৰ পৰা ধুবুৰীলৈ পদযাত্ৰা এজন জুবিন প্ৰেমীৰ।

তাপস বৈশ্য নামৰ যুৱকজনে তামলুপুৰৰ পৰা আৰম্ভ কৰি আজি পদযাত্ৰাৰে ডিমৌ ৰাজমাইত উপস্থিত।

নাহৰপুলি বিতৰণ কৰি গৈছে পদযাত্ৰাৰ সময়ত।

আজি ৩৬ দিনে এনেদৰে পদযাত্ৰা অব্যাহত ৰাখিছে তাপস বৈশ্যই।

ডিমৌৰ ৩৭নং ঘাইপথতে জুবিনদাৰ গীত জুৰিলে তাপশ বৈশ্যই।

ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ

লগতে এইটো পঢ়ক — Zubben Garg-ৰ মৃত্যু কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ প্ৰতিশ্ৰুতি— “জুবিনে ন্যায় পাবই!”

You might also like