নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ গৰু বিহু… ৰঙালীৰ ৰঙত উন্মনা হ’বলৈ সাজু অসমীয়া

ধূলিয়ৰি ফাগুনে উর্বৰা কৰা প্রকৃতিয়ে ৰমকজমককৈ ন–সাজ পিন্ধি গাভৰু হৈ পৰিছে৷ ঋতুৰাজ বসন্তই প্রকৃতিক পিন্ধাইছে সেউজী সাজ৷ পদূলিমুখত হেঁপাহৰ বাপতিসাহোন ব’হাগৰ আগমন৷ কুঁহিপাতৰ আঁৰ লৈ লাজুকীয়া কুলিটিয়েও কুউ কুউ শব্দেৰে ৰঙালীৰ বতৰা দিছে৷ চৌদিশে…

ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষাৰ চেষ্টা ঢকুৱাখনাৰ জীয়ৰীৰ

"মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে/সেউজীয়া বননিৰ বৰণেৰে ঢকা/অন্তৰ জলোৱা ছবি অতীতৰ স্মৃতি লই/বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা।" -যতীন্দ্ৰনাথ দুৱৰা আজি বিহুৰ উৰুকা। কাইলৈ অসমীয়াই পালন কৰিব গৰু বিহু। হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উছাহ ঢৌ। অন্তিম…

পৱন খেৰাৰ জামিনৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ অসম চৰকাৰ

কংগ্ৰেছ নেতা পৱন খেৰাক তেলেঙ্গানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এক সপ্তাহৰ ট্রানজিট জামিনৰ আদেশৰ বিৰুদ্ধে ছুপ্ৰিম কৰ্টৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত…

পদূলিত হেঁপাহৰ ৰঙালী : বাপতিসাহোন ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

পদূলিমুখত অসমীয়া সমাজৰ আটাইতকৈ হেঁপাহৰ উৎসৱ বাপতি সাহোন ৰঙালী বিহু। ৰাজ্যৰ চৌদিশে এতিয়া ঢোল, পেঁপা, গগনা আৰু কুলি-কেতেকীৰ মাতত মুখৰিত হৈ উঠিছে গাঁও-চহৰ। বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। গাঁৱৰ চোতালৰ পৰা আৰম্ভ কৰি মঞ্চ বিহুলৈকে…

লিডুত মৰ্মান্তিক দুৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

বহাগ বিহুৰ উৰুকাৰ আনন্দময় দিনটোতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত লিডুত সংঘটিত হ’ল এক মৰ্মান্তিক দুৰ্ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ এজন মধ্যবয়সীয়া ব্যক্তিৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। মৃত ব্যক্তিজনক ছহিদউল্লা আলি (৪৫)…

অভিলাষা দত্তৰ ‘তোমাৰ সুৰৰ আঁচল ধৰি’ উন্মোচন 

গোলাঘাটত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰ,এফ আকাশৰ কথাৰে কণ্ঠশিল্পী আভিলাষা দত্তৰ সুমধুৰ দৃশ্য-শ্ৰব্য গীত 'তোমাৰ সুৰৰ আচল ধৰি' শুভ উন্মোচন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যালয়ত সত্ৰীয়া সংস্কৃতিৰ সাধক…

RCB-ৰ তৃতীয় জয়, পৰাজয়ৰ হেটট্রিক মুম্বাই ইণ্ডিয়ানছৰ

পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ চলিত আইপিএলত পৰাজয়ৰ হেটট্রিক৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হাই স্ক’ৰিং মেচখনত ঘৰুৱা দল মুম্বায়ে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ১৮ ৰানত পৰাস্ত হয়৷ মেচখনত আৰচিবিয়ে জয়ৰ বাবে…

তামুলপুৰৰ গোৰেশ্বৰ চ’কত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত ১, আহত ১১

তামুলপুৰৰ গোৰেশ্বৰ চ’কত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱা লগতে আন ১১গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, AS 28 C 4667 নম্বৰৰ টেম্পো আৰু AS 13 R 7379 নম্বৰৰ ইকো ভেনৰ…

সম্পাদকীয় : অতুল্য বৈভৱ

‘What is your game plan?’ ভাৰতীয় ক্রিকেটত দুর্ভেদ্য ‘প্রাচীৰ’ ৰাহুল দ্রাৱিড়ৰ প্রশ্নৰ সন্মুখীন হোৱা বৈভৱে কৈছিল, ‘অগৰ হমে পেহলা মিলে তো পেহলাই উড়া দেংগে৷’ গেম প্লেন একেবাৰে স্বচ্ছ– প্রথম বলৰ পৰাই বলাৰক নির্দয় প্রহাৰ৷ লাগিলে তেওঁ বিশ্বত্রাস…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ এপ্রিল, চ’ত মাহৰ ২৯ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণা একাদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : শুভ মেষ : আজি আর্থিক ক্ষেত্রত ডন্নত পৰিৱেশ৷ দিনৰ ১২ বজাৰ পিছতহে যাত্রা কৰিব৷ দাম্পত্যত শুভ৷ বিদ্যাত উন্নতি৷ প্রেমত সাৱধান৷ শুভ ৰং হালধীয়া, শুভ ৰং ২৷…