দিছপুৰ সমষ্টিত ভোটদান গৰিমা শইকীয়া গাৰ্গৰ
অসম বিধানসভা নিৰ্বাচন ২০২৬ উপলক্ষে গৰিমা শইকীয়া গাৰ্গে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। তেওঁ গুৱাহাটীৰ কাহিলিপাৰাৰ ভগদত্তপুৰ অঞ্চলস্থিত ভোটকেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰে।
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনভগ্নী ড০ পালমী…