কাইলৈ বৰ্ষাপাৰাত ৰিয়ানৰ ৰাজস্থানৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
ডিজিটেল ডেস্ক, ৯ এপ্ৰিল : চলিত ১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল-২০২৬)ৰ গুৱাহাটীৰ তিনিখন হাইভ'ল্টেজ মেচৰ কাইলৈ অন্তিমখন খেলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে মুখামুখি হ’ব৷ চমকপ্ৰদ প্ৰদৰ্শনেৰে জয়ৰ…