নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ৭,৬২,৪২২ ভোটাৰে নিৰ্ণয় কৰিব ১৮ প্ৰাৰ্থীৰ ভাগ্য

হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে বিন্নাকান্দি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৬৮,৪৪৩ গৰাকী, হোজাই সমষ্টিত ২,৫০,৪১০ গৰাকী আৰু লামডিংত ২,৪৩,৫৬৯ গৰাকী ভোটাৰে ১৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। হোজাই সমষ্টিত মুঠ প্ৰাৰ্থী দুগৰাকী।…

PSL-ৰ মাজতে গ্রেপ্তাৰ ডেভিদ ৱার্নাৰ

সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত গ্রেপ্তাৰ হ’ল অষ্ট্রেলিয়াৰ প্রাক্তন বিস্ফোৰক ক্রিকেটাৰ ডেভিদ ৱার্নাৰ৷ শেহতীয়াকৈ ছিডনীত সংঘটিত হৈছে এই ঘটনা৷ নিউ ছাউথ ৱেলছ আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে৷ ৱার্নাৰৰ গ্রেপ্তাৰৰ ফলত হয়তো আটাহতকৈ বেছি প্রভাৱিত হ’ব…

পৰাস্ত মুম্বাই, IPL-ত জয়ৰ হেটট্রিক ৰাজস্থান ৰয়েলছৰ

ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে চলিত আইপিএলত জয়ৰ হেটট্রিক অর্জন কৰিছে৷ গুৱাহাটীৰ বর্ষাপাৰাত অনুষ্ঠিত বর্ষাবিঘ্নিত মেচখনত ৰাজস্থানে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছক ২৭ ৰানত পৰাস্ত কৰে৷ বৰষুণৰ বাবে ১১ অভাৰলৈ হ্রাস কৰা মেচখনত…

শোণিপুৰত বিধানসভা নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি

অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ আজি পুৱাৰে পৰা দৰং জিলাত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। পুৱা ৭ বজাৰ পৰা দৰং কলেজৰ পৰা ইভিএমসহ ভোটগ্ৰহণ সামগ্ৰী বিতৰণ আৰম্ভ কৰা হৈছে আৰু ভোটগ্ৰহণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা সম্পন্ন কৰা হৈছে। জিলাখনৰ পাঁচটা…

ধুবুৰীত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু

নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত আজি পুৱা ধুবুৰীৰ বীনপট্টি এলেকাত সংঘটিত হোৱা এক শোকাবহ দুৰ্ঘটনাই শোঁকৰ ছা পেলাইছে চহৰখনত। জানিব পৰা মতে, বীনপট্টি অঞ্চলেদি যোৱা ৰেলপথ পাৰ হোৱাৰ সময়ত ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰে’লৰ খুন্দাত থিতাতে…

কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

অসমত কাইলৈ অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ৰাজ্যজুৰি মুঠ ৩১,৪৯০টা ভোটকেন্দ্ৰত আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। এই বৃহৎ নিৰ্বাচনী ব্যৱস্থাৰ বাবে মুঠ ১,২৫,৯৬০গৰাকী প’লিং আৰু প্ৰিজাইডিং বিষয়াক নিয়োজিত কৰা হৈছে।…

ইৰান-আমেৰিকাৰ যুদ্ধত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা

অৱশেষত ইৰান আৰু আমেৰিকাৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা হল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰি কয় যে আমেৰিকাই ইৰানৰ সৈতে আগন্তুক দুসপ্তাহৰ বাবে যুদ্ধবিৰতি পালন কৰিব। প্ৰায় ৪০…

সম্পাদকীয় : সমাগত ৰঙালী বিহু

অসমীয়া জনজীৱনত ৰঙালী বিহুৱে অধিকাৰ কৰি থকা ঠাইক আন একো উদাহৰণেৰে বাখ্যা কৰিব নোৱাৰি৷ বসন্তৰ আগমনত শুকান মাটিত পৰা বৰষুণৰ টোপালে জন্ম দিয়া গোন্ধ আৰু মানুহৰ মনৰ আনন্দ একেলগ হৈ এই উৎসৱক বিশেষ কৰি তোলে৷ ৰঙালী বিহু মানেই আনন্দ, নৃত্য, গীত, মিলন…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ এপ্রিল, চ’ত মাহৰ ২৪ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : নাই মেষ : আজি আপোনাৰ মানসিক দিশৰ লগতে সা–সম্পত্তিৰ ক্ষেত্রত থকা বাধা হ্রাস হোৱাৰ সম্ভাৱনা৷ সন্মান লাভৰ কাৰক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷ বৃষ : আজি…

প্ৰখ্যাত সংগীতশিল্পী লৌ মাজাওক ‘ক্ষমা শান্তি বঁটা’ প্ৰদান 

ভাৰতৰ অন্যতম প্ৰখ্যাত সংগীতশিল্পী লৌ মাজাওক সংগীত আৰু সংস্কৃতি ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে আৰ্ট ভিলেজ, নগাঁৱৰ উদ্যোগত সন্মানজনক 'ক্ষমা শান্তি বঁটা’ৰে সন্মানিত কৰা হয়। উক্ত বঁটা প্ৰদান অনুষ্ঠানটো ৪ ফেব্ৰুৱাৰীত নগাঁৱৰ…