নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ চুবুৰিয়ে চুবুৰিয়ে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল ডেস্ক, ৩ এপ্ৰিল : মৰিয়নি সমষ্টিত নিৰ্বাচনী গৰম বতাহ বৃদ্ধি পাইছে। বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়েও চুবুৰিয়ে চুবুৰিয়ে মাৰাথন প্ৰচাৰ চলাই ভোটাৰৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিছে। তেওঁ নিজৰ জয়ৰ ক্ষেত্ৰত অত্যন্ত আত্মবিশ্বাস প্ৰকাশ…

কলকাতাক হৰুৱাই আই পি এল ২০২৬ত প্ৰথমটো জয় হায়দৰাবাদৰ

ডিজিটেল ডেস্ক, ৩ এপ্রিল : ছানৰাইজার্ছ হায়দৰাবাদে চলিত আইপিএলত প্রথমটো জয়ৰ মুখ দেখিছে৷ বৃহস্পতিবাৰে কলকাতাত অনুষ্ঠিত মেচখনত হায়দৰাবাদে ঘৰুৱা দল কলকাতা নাইট ৰাইডার্ছক ৬৫ ৰানত পৰাস্ত কৰে৷ মন কৰিবলগীয়া যে কলকাতাৰ এয়া আছিল ক্রমাগত দ্বিতীয় পৰাজয়৷…

পৰাজয়ৰ পিছত খেলপথাৰতে অধিনায়ক পণ্টৰ ওপৰত খর্গহস্ত গোৱেংকা

লক্ষ্ণৌত পুৰণি ঘটনাৰ পুনৰাবৃত্তি ডিজিটেল ডেস্ক, ৩ এপ্রিল : আকৌ একেখন ছবি৷ পুৰণি ঘটনাৰ পুনৰাবৃত্তি৷ চলিত আইপিএলত বুধবাৰে নিশা দিল্লী কেপিটেলছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ পৰাজয়ৰ পিছত খঙত অগ্নিশর্মা হয় লক্ষ্ণৌ দলটোৰ স্বত্বাধিকাৰী সঞ্জীৱ…

ইৰানত সোমালে এজনো নাবাচিব মার্কিন সেনা, ইৰানী সেনাপ্রধানৰ হুমকি

ডিজিটেল ডেস্ক, ৩ এপ্রিল : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ নির্দেশত মধ্যপ্রাচ্যত উপস্থিত হৈছে প্রায় ৩,৫০০ৰো অধিক মার্কিন সেনা৷ ইৰানত অন্তিম আঘাত হানিবলৈ এইবাৰ স্থল অভিযান চলাব ৱাশ্বিংটনে৷ সম্প্রতি তাৰ পূর্ণ প্রস্তুতি চলাই আছে পেণ্টাগনে৷…

সম্পাদকীয় : জুবিনক লৈ ৰাজনীতি

সমগ্র ৰাজ্যজুৰি এতিয়া নির্বাচনী খদমদম৷ নির্বাচন আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰাই নতুন উদ্যমেৰে আৰম্ভ হোৱা নির্বাচনী তৎপৰতা যিমানেই নির্বাচনৰ দিন চমু চাপি আহিছে সিমানেই বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে৷ চলিত মাহতেই দেশৰ চাৰিখন ৰাজ্য…

৩ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ এপ্রিল, চ’ত মাহৰ ১৯ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : চিত্রা, যাত্রা : মধ্যম মেষ : আজি কিছু চিন্তা থাকিব যদিও উপস্থিত বুদ্ধিৰে আঁতৰাব পাৰিব৷ সাহস আৰু দক্ষতা সমভাৱে লাভত উপকৃত হ’ব৷ কর্মস্থানত আনন্দ৷ প্রেমত আনন্দ৷ শুভ…

চূড়ান্ত হ’ল ফিফা বিশ্বকাপ ফুটবলৰ ৪৮টা দল

ডিজিটেল ডেস্ক, ২ এপ্রিল : চূড়ান্ত হ’ল ফিফা বিশ্বকাপ ফুটবলৰ ৪৮টা দল৷ অহা ১১ জুনৰ পৰা আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ ফুটবলত ভাগ ল’বলগীয়া ৪৮টা দলক ১২টা গ্রুপত ভাগ কৰা হৈছে৷ ইৰাকে অন্তিমটো দল হিচাপে বিশ্বকাপলৈ যোগ্যতা…

গোলাঘাট সমষ্টিত মন্ত্ৰী অজন্তা নেওগৰ ব্যাপক প্ৰচাৰ অভিযান

ডিজিটেল ডেস্ক, গোলাঘাট, ২ এপ্ৰিল : 'উন্নয়ন আৰু আধুনিক গোলাঘাটৰ প্ৰগতি ত্বৰান্বিত কৰাৰ গঠনমূলক শ্ল'গানেৰে ষষ্ঠবাৰৰ বাবে গোলাঘাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগে ব্যাপক প্ৰচাৰ অভিযানেৰে নিৰ্বাচনী…

নাওবৈচাৰ লিখক চাপৰিত বসন্ত দাসৰ হৈ অগপৰ সভাপতিৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল ডেস্ক, ২ এপ্ৰিল : নাওবৈচা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী বসন্ত দাসৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে উপস্থিত হ'ল সভাপতি অতুল বৰা ৷ প্ৰতিকূল বতৰকো নেওচি হেলিকপ্টাৰেেৰে সমষ্টিটোৰ লিখক চাপৰিত উপস্থিত হৈ এখন বিশাল…

বহু প্ৰতীক্ষিত ‘ৰামায়ণ’ৰ টিজাৰ মুকলি, ৰামৰ ৰূপত ৰণবীৰে মুগ্ধ কৰিলে চলচ্চিত্ৰপ্ৰেমীক

ডিজিটেল ডেস্ক, ২ এপ্ৰিল : বহু প্ৰতীক্ষিত ‘ৰামায়ণ’ ছবিৰ টিজাৰ অৱশেষত মুকলি হৈছে। ছবিখনত ৰণবীৰ কাপুৰক ভগৱান ৰামৰ ৰূপত দেখা যাব। ২ মিনিট ৩৮ ছেকেণ্ডৰ টিজাৰটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। টিজাৰত মহাকাব্যিক কাহিনীৰ বিভিন্ন মুহূৰ্ত দেখুওৱা…