ঢকুৱাখনাত নৱ কুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
দেওবাৰে ঢকুৱাখনা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সমষ্টোটোৰ ঘিলামৰা ৰাজহুৱা কৃষ্টি ভৱনৰ চৌহদত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা সভাত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ…