বিধানসভা নির্বাচনত অসমত কেইখন আসন পাব কংগ্রেছে, মুখ্যমন্ত্রীৰ পূর্বানুমান
ডিজিটেল ডেস্ক, ২৯ মার্চ : বিৰোধীক নিষ্প্রভ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চলাই থকা নির্বাচনী প্রচাৰ অভিযানৰ মাজতে পুনৰ বিৰোধী কংগ্রেছ দলক তীব্র কটাক্ষ কৰিলে৷
শনিবাৰে বিজনীত নির্বাচনী প্রচাৰৰ উদ্দেশ্যে উপস্থিত হোৱা…