৫০০ কোটিৰ ক্লাবত ৰণবীৰ সিঙৰ Dhurandhar: The Revenge
ৰণবীৰ সিঙৰ চলচ্চিত্ৰ Dhurandhar: The Revenge মুক্তি পোৱাৰ পিছৰে পৰা বক্স অফিচত ধুমুহা আহিছে। চলচ্চিত্ৰখনৰ জোৰদাৰ আৰম্ভণি হৈছিল আৰু এতিয়া ইয়াৰ আৰম্ভণি সপ্তাহো যথেষ্ট শক্তিশালী হৈছে। মুক্তিৰ মাথোঁ চাৰি দিনতেই এই ছবিখনে ভাৰতত ৫০০ কোটি ক্লাবত…