আইপিএলৰ ১৯সংখ্যক সংস্কৰণৰ সময়সূচী ঘোষণা বিচিচিআইৰ
ডিজিটেল ডেস্ক, ১২ মার্চ : ২৮ মার্চৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আইপিএলৰ ১৯সংখ্যক সংস্কৰণ৷ বুধবাৰে বিচিচিআয়ে বিশ্বৰ অন্যতম জনপ্রিয় টি–২০ প্রতিযোগিতাখনৰ প্রথম ২০খন মেচৰ সূচী ঘোষণা কৰে৷…