নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱা অভয়াৰণ্যত উচ্ছেদ অভিযান, প্ৰায় ৫০ বিঘা ভূমি মুকলি

লাওখোৱা অভয়াৰণ্যত আজি পুৱাৰ ভাগতেই বন বিভাগে এক বৃহৎ উচ্ছেদ অভিযান চলায়। অভয়াৰণ্যৰ পূব ফুটালজাৰ এলেকাত অবৈধ দখলমুক্ত কৰিবলৈ এই অভিযান গ্ৰহণ কৰা হয়। জানিব পৰা মতে, অভয়াৰণ্যৰ ভূমিত অবৈধভাৱে কঠীয়া লগোৱা হৈছিল। খবৰ লাভ কৰাৰ পাছতে লাওখোৱা…

দহ-পোন্ধৰ দিনৰ সময় বান্ধি দি ইৰানক সাৱধানবাণী মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : পুনৰ ইৰানৰ বিৰুদ্ধে ৰঙাচকু দেখুৱালে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ এইবাৰ পৰিস্থিতি বেয়া হোৱাৰ সাৱধানবাণী শুনাই তেহৰানক বুজাপৰালৈ আহিবলৈ আহ্বান জনায় তেওঁ৷ ইৰানে কিমান দিনৰ ভিতৰত এই বুজাপৰালৈ আহিবলৈ ৰাজী হ’ব…

কাইলৈৰ মেচৰ পূৰ্বে অভিষেকক লৈ প্ৰশিক্ষকৰ গুৰুত্বপূৰ্ণ মন্তব্য

২০২৬ টি-২০ বিশ্বকাপত অভিষেক শৰ্মা এতিয়ালৈ তিনিওটা ইনিংছতেই ‘শূন্য’ ৰানত আউট হৈছে। এই দুৰ্বল ফৰ্মৰ ফলত দলীয় পৰিচালনাই তেওঁক প্লেইং ইলেভেনৰ পৰা বাদ দিব পাৰে বুলি আলোচনা জোৰদাৰ হৈছে। ছুপাৰ-৮ পৰ্যায়ত ভাৰতৰ প্ৰথম খেলখন ২২ ফেব্ৰুৱাৰীত দক্ষিণ…

পাকিস্তানৰ নাকভিৰ উচটনিত ভাৰতত বিশ্বকাপ খেলিব বিচৰা নাছিল বাংলাদেশে

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : চলিত টি–২০ বিশ্বকাপত নাই বাংলাদেশ৷ ভাৰতত খেলিব নোখোজাৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰিছে বাংলাদেশ৷ ইমান দিনে বাংলাদেশে নিৰাপত্তাজনিত কাৰণত ভাৰতত খেলিব নিবিচাৰে বুলি দাবী কৰি আহিছিল যদিও এইবাৰ বাংলাদেশ ক্রিকেট ব’ৰ্ডৰ…

শ্ৰীনগৰত পথ দুৰ্ঘটনাত ৮ CRPF জোৱান আহত, অৱস্থা সুস্থিৰ

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত শনিবাৰে (২১ ফেব্ৰুৱাৰী) এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়। সউৰাৰ ডগপোৰা এলেকাত এখন বাংকাৰ গাড়ী পথৰ পৰা পিছলি নলাত পৰি যায়, য’ত চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ (CRPF)ৰ ৯জন জোৱান আহত হয়। এই দুৰ্ঘটনাটো আহমদ নগৰৰ ডগপোৰা ৰোডত…

খুমটাইত দহজনীয়া কৃষকৰ দলৰ স্বাৱলম্বিতাৰ নিদৰ্শন 

খুমটাই অঞ্চলৰ ধনশিৰি নদীৰ দাঁতিকাষৰীয়া হাতীবৰুৱা চাপৰিত দহজনীয়া কৃষকৰ দলে সমন্বয় গোট নামেৰে এটি গোট খুলি সমবায় ভিত্তিত আলু, সৰিয়হ আদিৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। গোলাঘাট জিলা কৃষি বিভাগে যোগান ধৰা বীজ ৰোপণ কৰি…

দুলীয়াজান উত্তৰণ কবি চক্ৰৰ মাহেকীয়া চ’ৰা

দুলীয়াজান উত্তৰণ কবি চক্ৰৰ চলিত মাহৰ মাহেকীয়া চ’ৰাখনি শুকুৰবাৰে বিয়লি দুলীয়াজান বৰদলৈ ভৱনত অনুষ্ঠিত হৈ যায়। উত্তৰণ কবিচক্ৰৰ সভাপতি জুবিলী গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সঞ্চালকৰ আসন অলংকৃত কৰে ডিব্ৰুগড়ৰ বিশিষ্ট কবি তথা সুলেখক…

বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ প্ৰথমখন খেলত আজি পাকিস্তান-নিউজিলেণ্ডৰ মুখামুখি

ডিজিটেল ডেস্ক, ২১ ফেব্ৰুৱাৰী : ক্ৰমান্বয়ে ৰোমাঞ্চকৰ হৈ উঠিছে চলিত টি-২০ বিশ্বকাপ ক্ৰিকেট। শেহতীয়াকৈ গ্ৰুপ পৰ্যায়ৰ মেচসমূহৰ অন্ত পৰাৰ পিছত আজিৰে পৰা আৰম্ভ হ'ব টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ মেচসমূহ। চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ…

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো উদ্বোধন নহ’ল তামুলী উপ-স্বাস্থ্যকেন্দ্ৰ

তিনিচুকীয়া জিলাৰ ডাঙৰী সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ তামুলী উপ-স্বাস্থ্যকেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা সত্ত্বেও উদ্বোধন নোহোৱাত হাবি-জংঘলে আৱৰি ধৰিছে।‌ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান মিছনৰ অধীনত নিৰ্মাণ কৰা তামুলী…

ঘৰৰ পেলনীয়া সামগ্রীৰ সৈতে গহনাভর্তি বাকচ বিক্রী প্রৌঢ়ৰ

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : সভ্যতাৰ অগ্রগতিৰ লগে লগে মানুহৰ সমাজখন জটিল হৈ পৰা বুলি সততে অভিযোগ শুনা যায়৷ কিন্তু তাৰ মাজতো যে মহানুভৱতাৰ বা সততাৰ অপমৃত্যু এতিয়াও ঘটা নাই তাক প্রমাণ কৰিছে হাৰিয়ানাৰ ফৰিদাবাদত ঘটা এটা ঘটনাই৷ আমি সকলোৱে ঘৰৰ…