নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ব্যৱসায় আৰু সন্মান

আমাৰ সমাজত ‘সফলতা’ৰ সংজ্ঞা আজিও যথেষ্ট ক্ষীণ পৰিসৰৰ মাজতেই বন্দী হৈ আছে৷ কোনোবা এজন যুৱক বা যুৱতীয়ে চৰকাৰী চাকৰি এটা লাভ কৰিলে গাঁও–চহৰ, আত্মীয়–স্বজন সকলোৰে মুখত গৌৰৱৰ হাঁহি ফুটি উঠা দেখা যায়৷ কিন্তু একেখন সমাজতে যদি কোনোবাই নিজে মূলধন…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ ফেব্রুৱাৰী, ফাগুন মাহৰ ৫ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই মেষ : কর্ম বৃদ্ধি পাব৷ চাকৰিৰ ক্ষেত্রত কর্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে৷ বিদ্যার্থীৰ বাবে শুভ৷ প্রেমত অশুভ৷ শুভ ৰং হালধীয়া৷ বৃষ : সাৱধানে…

ডিফুত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ২.০ৰ চেক বিতৰণ ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম ২.০ আচঁনিৰ জৰিয়তে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ লগতে ডিমা হাছাও জিলাৰ দুই  হাজাৰ যুৱক-যুৱতী হিতাধিকাৰীক দুই লাখ টকাৰ প্ৰথম কিস্তিৰ চেক প্ৰদান কৰে। ৰাজ্যৰ ৭৫ হাজাৰ যুৱক-যুৱতীক আন্তনিৰ্ভৰ আঁচনিৰ জৰিয়তে ধন…

বিলাতী সুৰা জব্দ, অবৈধ সুৰা ব্যৱসায়ী ধীৰাজ ডেকাক আটক

অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীয়ে আজি সন্ধিয়া অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই অভিযানকালত সৰ্থেবাৰীৰ টিহু লচিমা পথত অবৈধ বিলাতী সুৰা জব্দ কৰা হৈছে। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজোতি ডেকাৰ…

ৰঙানদী এইবাৰ অগপই বিজেপিক এৰি নিদিয়ে

ৰঙানদী সমষ্টি এইবাৰ বিজেপিক এৰি নিদিয়ে অগপই। আজি এই কথা স্পষ্টকৈ  প্ৰকাশ কৰিলে দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই আৰু সাংসদ ফনীভৃষণ চৌধুৰীয়ে। বিজেপিৰে মিত্ৰতাৰ অংশীদাৰী অগপই আজি বিশাল সংকল্প সমাবেশেৰে ৰঙানদীৰ পৰাই…

২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই

অসমৰ ৰাজনীতিত পুনৰ এক গুৰুত্বপূৰ্ণ পৰিৱর্তন। আগন্তুক ২২ ফেব্ৰুৱাৰীত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। এই কথা ভূপেন বৰাক নিজ বাসগৃহত সাক্ষাতৰ পিছতে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।…

লেখানুদানত বিত্তমন্ত্ৰীৰ ঘোষণা : আশা ছুপাৰভাইজৰ, আশাকর্মী, অংগনৱাড়ী কৰ্মী-সহায়িকাৰ পাৰিতোষিক বৃদ্ধি

মাহিলী বেতন পর্যাপ্ত নোহোৱাৰ অভিযোগ তুলি থকা অংগনৱাড়ী কর্মী, আশা ছুপাৰভাইজৰ, আশাকর্মী, অংগনৱাড়ীৰ সহায়িকাৰ পাৰিতোষ বৃদ্ধি প্রস্তাৱ লোৱা হৈছে বাজেটত৷ আজি বিধানসভাত আগন্তুক বিত্তীয় বর্ষৰ প্রাৰম্ভিক মাহসমূহৰ বাবে দাখিল কৰা লেখানুদানত…

মঙলদৈত কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বিজেপিৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি বিজেপিৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ বাবে তৃণমূল পৰ্যায়ত মতামত সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই অনুসাৰে আজি দৰং জিলাৰ মঙলদৈ, ছিপাঝাৰ আৰু দলগাঁও বিধানসভা সমষ্টিৰ বাবে দলীয় কৰ্মীসকলৰ মতামত গ্ৰহণ কৰে…

কংগ্ৰেছ-AIUDFৰ নিলম্বিত ৩ বিধায়কৰ অগপত যোগদানৰ কুচকাৱাজ

অসমৰ ৰাজনীতিত নতুন মোৰ। কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ, AIUDFৰ নিলম্বিত বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু ৬ বছৰে AIUDFৰ দলীয় দায়িত্বৰ পৰা আঁতৰাই ৰখা কৰিমুদ্দিন বৰভূঞাই আজি অগপ নেতৃত্বৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে। স্থানীয় ৰাজনৈতিক মহলৰ…

কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক শক্তিৰ সক্রিয়তা অধিক তৎপৰ কৰি তোলা হৈছে। এই ক্ষেত্ৰত দলীয় কার্যকৰ্তাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয়…