মুখ্যমন্ত্ৰীৰ মানহানিৰ গোচৰক লৈ বিশেষ নিৰ্দেশনা… গৌৰৱ গগৈসহ ৭জনক আদালতত হাজিৰৰ নিৰ্দেশ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা ৫০০ কোটি টকাৰ মানহানিৰ গোচৰত আদালতে গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। আদালতে গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলক এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ সম্পত্তি সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য নকৰিবলৈ…