নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে অকলেই পাব ৬৯–৭৪খন আসন, পিপলছ পালছ ৰিছার্চ অর্গেনাইজেচনৰ অ’পিনিয়ন প’ল

ডিজিটেল ডেস্ক, ৪ জানুৱাৰী : ঐতিহাসিকভাৱে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে৷ বিজেপি নেতৃত্বাধীন এনডিএ মিত্রজোঁটে ১২৬জনীয়া অসম বিধানসভা নির্বাচনত প্রায় ৯০খন আসন লাভ কৰিব৷ আগন্তুক অসম বিধানসভা নির্বাচনৰ পূর্বে এই মন্তব্য আগবঢ়াইছে…

ভেনিজুৱেলাত আমেৰিকাই কিয় কৰিলে ভয়ংকৰ এয়াৰ ষ্ট্রাইক…

নিউজ ডেস্ক, ৪ জানুৱাৰী : বিগত কিছুমাহ ধৰি অব্যাহত থকা সংঘাত–উত্তেজনা অৱশেষত পর্যবসিত হ’ল আক্রমণলৈ৷ কালি পুৱতিনিশা আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত চলায় ভয়ংকৰ এয়াৰ ষ্ট্রাইক৷ স্থানীয় সময় মতে পুৱা সূর্যোদয়ৰ পূর্বে ২ বজাত মার্কিন স্পেচিয়েল ফ’র্চে…

৪ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ জানুৱাৰী, পুহ মাহৰ ১৯ তাৰিখ, দেওবাৰ মেষ : শুভ ৰং বগা, সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ অগৰু, চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷ বৃষ : শুভ ৰং হালধীয়া, সংখ্যা ৩৷ ব্যৱসায়ীৰ অর্থ…

নিয়োগ বাৰ্তা : বেংক অৱ ইণ্ডিয়াত ৫১৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৫ জানুৱাৰী বেংক অৱ ইণ্ডিয়াত কিছুসংখ্যক পদত নিযুক্তিৰ বাবে যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷

নগাঁও-নলতলি ৰাজ্যিক ঘাইপথৰ ঔঅনাত পৰিভ্ৰমী চৰাইৰ জলকেলি

বছৰৰ আৰম্ভণিতে প্ৰকৃতিপ্ৰেমী ৰাইজৰ বাবে এটা ভাল খবৰ। আপুনি পৰিভ্ৰমী চৰাই চাই ভাল পায় নেকি। তেতিয়াহ'লে আৰু এতিয়া যাব নালাগে বেলেগ ঠাইলৈ। এতিয়াৰ পৰা আপুনি ৰূপহীহাটৰ নগাঁও-নলতলি ৰাজ্যিক ঘাইপথৰ ঔঅনাস্থিত জলাশয়সমূহত চাব পাৰিব বিভিন্ন…

চানডুবিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস

অসমৰ অন্যতম ঐতিহাসিক ক্ষেত্ৰ চানডুবি বিলৰ চিৰসেউজীয়া বুকুত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ প্ৰয়াস ইংৰাজী নতুন বৰ্ষৰ বাবে নিশ্চিতভাৱে ভাল খবৰ ৷ এই অনন্য ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে চানডুবি টুৰিজিম ডেভেলপমেণ্ট…

শোকাৱহ… গোৱালপাৰাৰ শিমলীতোলাত দুবছৰীয়া শিশুৰ প্ৰাণহানি

পিতৃয়ে নতুনকৈ কিনা বাহনখনেই কাল হ’ল এটি দুবছৰীয়া শিশুৰ | পিতৃয়ে বাহনৰ চাবি লগাই ঘৰত সোমাওঁতেই এক্সেলেটৰ পকাই দিয়াত ই-ৰিক্সাৰ চকাৰ তলত পৰে এটি শিশু কন্যা সন্তান। ফলত থিতাতে নিহত হয় নাজমিনা বেগম নামৰ দুবছৰীয়া শিশুটি | শনিবাৰৰ দুপৰীয়া…

মৰিগাঁৱত উপেন ৰাভা হাকাচামৰ জন্মদিন ‘সৰলতাৰ দিন’ হিচাপে উদযাপন

অসমৰ আগশাৰীৰ গৱেষণা মঞ্চ 'দগো ৰাংছাং গৱেষণা সমিতি'য়ে অসমৰ লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত, বিশিষ্ট ভাষাবিদ, সাহিত্যক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড0 উপেন ৰাভা হাকাচামৰ জন্মদিনটো অৰ্থাৎ দুই জানুৱাৰী 'সৰলতাৰ দিন' হিচাপে পালন…

৮ পাক সাংবাদিক তথা ইউটিউবাৰক যাৱজ্জীৱন কাৰাদণ্ড

নিউজ ডেস্ক, ৩ জানুৱাৰী : পাকিস্তানৰ কাৰাবন্দী প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ সমর্থনত বাতৰি প্রচাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰিবলগীয়া হৈছে পাকিস্তানৰ ৮গৰাকী সাংবাদিক তথা ইউটিউবাৰে৷ পাক সন্ত্রাস দমন আদালতৰ বিচাৰকে ২০২৩ চনত হিংসাৰ উচটনি…