মেৰাপানীত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ ৭৩ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আজি পবিত্ৰ লাইখুঁটা স্থাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আগন্তুক ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ মেৰাপানীৰ নাৰায়ণপুৰ দৈয়াং আঞ্চলিক…