ইতিহাস হ’ল পল্টনবজাৰ, ASTCয়ে পালে নতুন ঠিকনা
সলনি হ'ল অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা। পল্টনবজাৰৰ বিপৰীতে ৰূপনগৰত আজি মুকলি কৰা হ'ল ASTCৰ মুখ্য কাৰ্যালয়। পৰিবহন মন্ত্ৰী চৰণ বড়োৱে উদ্বোধন কৰে মুখ্য কাৰ্যালয়টো।
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰকাৰীৰ লগতে উপস্থিত থাকে নিগমৰ…