চৰাই চিকাৰত বাধা দিয়া অসমীয়াক প্ৰহাৰ নগাৰ, মেৰাপানী সীমান্তৰ জয়পুৰত তীব্র উত্তেজনা
নিয়মীয়া বার্তা, মেৰাপানী, ১৫ ডিচেম্বৰ : অসম–নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ জয়পুৰ গাঁৱত কালি বিয়লি তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ আবেলি ৪ মান বজাত চুবুৰীয়া নাগালেণ্ডৰ পৰা অহা ১১জনীয়া অস্ত্রধাৰী চিকাৰীৰ দলে জয়পুৰ গাঁৱত চৰাই চিকাৰ কৰিবলৈ আহি…