নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : স্মৃতিয়ে দেখুওৱা পথ

উইকেটত বিপক্ষৰ বলাৰক শক্তিশালী প্রহাৰ আৰু মেচত দৃঢ়তাপূর্ণ খেলেৰে ইতিমধ্যে দর্শকৰ হূদয়ত অনন্য স্থান গঢ়ি লৈছে দেশৰ তাৰকা মহিলা ক্রিকেটাৰ স্মৃতি মান্ধানাই৷ কেৱল খেলেৰেই নহয়, বিপক্ষৰ বিৰুদ্ধে মেচত শক্তিশালী মেজাজৰ বাবেও স্মৃতি দর্শকৰ প্রিয়৷ খেল…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৩ ডিচেম্বৰ)

মেষ ৰাশি আজিৰ দিনটো মিশ্ৰ ফলপ্ৰদ হ'ব। নতুন বিৰোধী উদ্ভৱ হ'ব পাৰে। কামৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হ'ব পাৰে। সন্তানৰ পৰা শুভ সংবাদ পাব। দূৰত থকা পৰিয়ালৰ লোক ঘূৰি অহাৰ সম্ভাৱনা। মাতৃ-পিতৃৰ সেৱাত মন দিয়ক। ভাগ্যশালী অংক: ৫ ভাগ্যশালী ৰং: ৰঙা…

মাজুলীত অবাধ হাৰত বৃদ্ধি অবৈধ সুৰাৰ বেহা

মাজুলী জিলাখনত  অবৈধ সুৰাৰ বেহা দিনক দিনে বৃদ্ধি পাব ধৰিছে।  সেই সেই অবৈধ বেহা বন্ধ কৰিবলৈ মাজুলী আৰক্ষীয়ে মাজে সময়ে চলাই আহিছে অভিযান । এই অভিযানৰ অংশ হিচাপে যোৱা সপ্তাহত মাজুলী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন অঞ্চলত গোপনে অভিযান চলাই বৃহৎ…

বিৰাট কোহলি–ৰোহিত শর্মাৰ ক্ষেত্ৰত আকৌ পুনৰীক্ষণৰ ইংগিত বৰ্ডৰ

ভাৰতীয় ক্রিকেটত বৃহৎ পৰিৱর্তন৷ দুই তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ দৰমহা কর্তন হোৱাৰ সম্ভাৱনা আছে৷ ফলত ছুপাৰষ্টাৰ দুগৰাকীয়ে উপার্জনৰ পৰা ২ কোটি টকা হেৰুৱাব পাৰে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চলিত বর্ষৰ আৰম্ভণিতে ঘোষণা কৰা…

জনগণনাক লৈ মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, অনুমোদন ১১,৭১৮ কোটি টকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্রীসভাই শুকুৰবাৰে তিনিটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, "২০২৭ চনৰ জনগণনাক লৈ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেট অনুমোদিত হৈছে।…

আৰক্ষী সেৱা-সামাজিক কামৰ স্বীকৃতি, ফেমিনা ফেব লিষ্টত ইন্দ্রাণী বৰুৱা

ফেমিনা ইণ্ডিয়া গ্রুপৰ দ্বাৰা প্রকাশিত প্রখ্যাত ফেমিনা আলোচনীৰ শেহতীয়া সংখ্যাত বিশেষভাৱে চর্চা হৈছে অসমৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, আৰক্ষী উপ–মহাপৰিদর্শক ইন্দ্রাণী বৰুৱা৷ ২০২৫ বর্ষৰ বাবে ফেমিনা গ্রুপে ফেমিনা ফেব তালিকাত অন্তর্ভুক্ত কৰাৰ সুবাদতে…

নিয়োগ বাৰ্তা : নুমলীগড়ৰ কল্পতৰু একাডেমীত চাকৰিৰ সুযোগ

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ নুমলীগড়স্থিত কল্পতৰু একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত খালী হোৱা শিক্ষকৰ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ঢকুৱাখনাত বিদ্যালয় সপ্তাহৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত মুগ্ধ ৰাইজ

অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰে পুৱাতেই বৰ্ণিল আৰু ৰঙীন হৈ পৰিল ঢকুৱাখনাৰ ৰাজপথ।ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৮৮সংখ্যক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ উপলক্ষে আজি চতুৰ্থ দিনা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে উলিওৱা বৰ্ণিল সাংস্কৃতিক…

পখিলা খেদা বয়সৰ পৰাই পিতৃৰে জীৱন সংগ্ৰামত ব্ৰতী মূকবধিৰ যুৱক…

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১২ ডিচেম্বৰ : পখিলা খেদা বয়সৰ পৰা পিতৃ-পৰিয়ালক সকাহ দিবলৈ জীৱন সংগ্ৰামত ব্ৰতী ধুবুৰীৰ এজন মূকবধিৰ যুৱক। নাম ৰাজদীপ সৰকাৰ। ধুবুৰী চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ সমীপত এখন সৰু মোগলাই পৰঠাৰ দোকানেৰে বিগত ১৮…

অব্যাহত বালি মাফিয়াৰ দপদপনি : পাইপসহ এখন ট্ৰেক্টৰ জব্দ

বিলাসীপাৰাত অব্যাহত আছে বালি মাফিয়াৰ দপদপনি। কাঠালদি গৌৰাং নৈত বুকুত অবাধ হাৰে চলাই গৈছে বালি খননকাৰ্য। কাঠালদি গাওঁৰ একাংশ বালি মাফিয়াই বন বিভাগ আৰু আৰক্ষীক চেলেঞ্জ দি গৌৰাং নৈৰ বুকুত চলাই গৈছে বালি খননকাৰ্য। বালি মাফিয়াই দিনে নিশাই…