অগপৰ পৰা সদ্য পদত্যাগী নেতা অশোক কুমাৰ ৰায় প্ৰধানীৰ কংগ্ৰেছত যোগদান
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৩ ডিচেম্বৰ : আঞ্চলিকতাবাদ এৰি ৰাষ্ট্ৰীয়তাবাদীৰ বসন পিন্ধিলে অগপৰ পৰা সদ্য পদত্যাগী ধুবুৰীৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ সভাপতিৰ দায়িত্বত থকা অশোক কুমাৰ ৰায় প্ৰধানীয়ে।
জানিব পৰা মতে, কালি এআইচিচিৰ দিল্লীস্থ মুখ্য…