৩ জানুৱাৰীত শিল্পগ্ৰামত নাট সমাৰোহ, পূৰ্ণগতিত আখৰা
নৃত্য-নাট্যমৰ গৌৰৱোজ্জ্বল দশম বৰ্ষপূৰ্তি উপলক্ষে অহা ৩ জানুৱাৰীত মহানগৰীৰ শিল্পগ্ৰামত আয়োজন কৰিছে নাট সমাৰোহ। মঞ্চস্থ হ'বলগীয়া পৌৰাণিক নাট দেৱৰাজ নহুষ' আখৰা ইতিমধ্যে নাৰেংগীস্থিত শিৱম ডাঞ্চ একাডেমীত শিল্পী সকলে অব্যাহত ৰাখিছে।
কিছুদিন…