ৰাজ্যৰ সীমাক লৈ নহয়, জিলাৰ সীমাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
দুই ৰাজ্যৰ সীমাত নহয় এইবাৰ দুই জিলাৰ সীমান্তৰ ভূমিক লৈ সংঘাত। ধেমাজি জিলাৰ একাংশ লোকে খেতিপথাৰ জ্বলাই দি গছ কাটি কৰিলে তহিলং। অভিযোগৰ পিছতো গুৰুত্ব নাই বন বিভাগ, জিলা প্ৰশাসনৰ। ম্যাদী পট্টাৰ ভূমি বেদখলমুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীক।…