নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্য়া : ঔপন্যাসিক–গল্পকাৰ, শিশু সাহিত্যিক বন্দিতা ফুকনৰে সাক্ষাৎকাৰ

আপোনাৰ শৈশৱৰ বিষয়ে কওকচোন, যি শৈশৱে আজিৰ মানুহগৰাকীক গঢ়ি তুলিছে? মোৰ শৈশৱ পাৰ হৈছিল ‘নেফা’–বর্তমানৰ অৰুণাচল প্রদেশত৷ মোৰ প্রয়াত পিতৃ বিপিন চন্দ্র ফুকনদেৱে নেফাৰ শিক্ষা বিভাগত চাকৰি কৰিছিল৷ মোৰ প্রাথমিক শিক্ষা আৰম্ভ হৈছিল তেজু চহৰত৷ শ্রেণীত…

সম্পাদকীয় : উন্নয়ন বনাম ঐতিহ্য

বর্তমান সময়ত আমাৰ ৰাজ্যখন বিভিন্ন ধৰণৰ সমস্যা আৰু প্রশ্ণৰ মাজেৰে গৈ আছে৷ এইবোৰ কোনো এখন আঁচনি বা চৰকাৰে গ্রহণ কৰা সিদ্ধান্তৰ মাজতেই সীমাবদ্ধ নহয়৷ এইবোৰ গভীৰ সামাজিক প্রশ্ণ, যিবোৰৰ ওপৰত অসমৰ সাংস্কৃতিক আৰু সামাজিক ভৱিষ্যৎ নির্ভৰ কৰে৷…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১০ ডিচেম্বৰ)

মেষ ৰাশি আজিৰ দিনটো মধুৰ ফল দিয়া সময়। চাকৰি কৰা ব্যক্তিক দিনৰ শেষত নতুন দায়িত্ব দিয়া হ'ব পাৰে, যি সম্পূৰ্ণ কৰিব লাগিব। স্বাস্থ্যত ভিটামিনৰ অভাৱৰ কাৰণে দুর্বলতা অনুভৱ হ'ব পাৰে—সেয়ে ঋতুকালীন ফল-শাক ভালেকৈ খাব। ব্যৱসায়ীৰ দিন ব্যস্ততাময় হ'ব।…

নিজ দেশতে কদৰ নাই পাকিস্তানী ক্ৰিকেটাৰৰ, পিছে এইগৰাকী ভাৰতীয় তাৰকাক লৈ কি চৰ্চা!

ভাৰতৰ যুৱ অপেনাৰ অভিষেক শৰ্মাই ২০২৫ চনত এনে কীৰ্তি গঢ়িছে, যাক লৈ বহুতে কল্পনাও কৰিব নোৱাৰিছিল। তেওঁ ভাৰতীয় ক্রিকেট অনুৰাগীৰ প্ৰিয়ই নহয়, পাকিস্তানতো তেওঁৰ লোকপ্ৰিয়তাই বাবৰ আজমকো পিছ পেলাই দিলে। গুগল ছাৰ্চ ট্ৰেণ্ডছ ২০২৫-এ স্পষ্ট দেখুওৱা মতে,…

পৰিভ্ৰমী চৰাইৰ কলৰৱত দৃষ্টিনন্দন পৰিৱেশ নগাঁৱৰ বিল-জলাশয়ত

এতিয়া শীতকালৰ ফৰকাল বতৰ। এই সময়ছোৱাতেই  ৰাজ্যখনৰ বিভিন্ন জলাশয় ,বিল আদিলৈ  আগমন ঘটে দেশী - বিদেশী পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী পক্ষীৰ কাকলিৰে দৃষ্টিনন্দন পৰিবেশ সৃষ্টি কৰিছে। নগাঁও জিলাৰ বিভিন্ন জলাশয়, বিল, নৈ আদিলৈ আগমণ ঘটিছে অগনন পৰিভ্ৰমী…

লোভনীয় ৩০০ কোটিৰ অফাৰ নাকচ কিং কোহলিৰ!

সম্প্রতি এদিনীয়া ক্রিকেটত দুর্দান্ত ফর্মত থকা টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে এইবাৰ খেলপথাৰৰ বাহিৰত নতুন ইনিংছ আৰম্ভ কৰিছে৷ তেওঁ স্প’ৰ্টছৱেৰ ষ্টার্টআপ এজিলিটাছ স্প’ৰ্টছৰ সৈতে চুক্তিবদ্ধ হৈছে৷ এজিলিটাছ স্প’ৰ্টছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ…

কিয় ছোনিয়া গান্ধীলৈ ৰাউজ এভিনিউ আদালতৰ জাননী, জানক সবিশেষ

কংগ্ৰেছৰ সাংসদ আৰু প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ অনিয়ম সন্দৰ্ভত ৰাউজ এভিনিউ আদালতে জাননী জাৰি কৰিছে। অভিযোগ অনুসৰি, ১৯৮০-৮১ চনৰ ভোটাৰ তালিকাত ছোনিয়া গান্ধীৰ নাম তেওঁৰ নাগৰিকত্ব পৰীক্ষা সম্পূৰ্ণ হোৱাৰ…

মেলন গ’ল… অসমলৈ আহি আছে বলীউডৰ খ্যাতনামা শিল্পী

ডিমা হাছাও জিলাত উৎসাহৰ এক ঢৌ বগাই গৈছে, কিয়নো শান্ত উমৰাংছ' গ’ল্ফ কোৰ্ছ ১১তম ফেলকন ফেষ্টিভেল উপলক্ষে উৎসৱ ভূমিত পৰিণত হ'বলৈ সাজু হৈছে। সময় বাগৰাৰ লগে লগে ফেলকন ফেষ্টিভেলে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্রতীক্ষিত উৎসৱৰ অন্যতম ৰূপত বিকশিত হৈছে।…

চেঙাৰ খংৰাত গ্ৰন্থ-বাণিজ্য মেলা আৰম্ভ

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত খংৰাত জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰেপৰা অনুষ্ঠিত হৈছে পঞ্চম খংৰা গ্ৰন্থ আৰু বাণিজ্য মেলা। খংৰা নৱশক্তি যুৱ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে এইবেলি সাতদিনীয়াকৈ গ্ৰন্থ আৰু বাণিজ্য মেলা।…

বিশ্বদৰবাৰত জিলিকিল অসম কন্যা… আঁজুৰিলে ৰূপৰ পদক

ক্ৰীড়াৰ জৰিয়তে পুনৰ বিশ্বদৰবাৰত জিলিকিল এগৰাকী অসম কন্যা। এইবাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক আঁজুৰি আনিলে অসম কন্যাই। থাইলেণ্ডত অনুষ্ঠিত কন্টিনেণ্টেল মহিলা, যুৱ আৰু জুনিয়ৰ-২০২৫ চেম্পিয়নশ্বিপত ভাৰতীয়…