দিৱানা তেৰা ট্যুৰ : পোষ্ট মেলনৰ পিছত এইবাৰ গুৱাহাটীত ছনু নিগম
ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰত গুৱাহাটীত তেওঁৰ 'দিৱানা তেৰা ট্যুৰ'ৰ শুভাৰম্ভ কৰিব। গুৱাহাটীত এইখনেই হ'ব তেওঁৰ প্ৰথম একক লাইভ কনচাৰ্ট। যদিও তেওঁ বছৰ বছৰ ধৰি ভাৰত আৰু বিশ্বৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰি আহিছে,…