নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত শ্বহীদ দিৱসক স্মৰণ, শ্বহীদ প্ৰণামো তোমাক গীতেৰে শ্ৰদ্ধাঞ্জলি এহেজাৰ শিল্পীৰ

সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ধুবুৰীতো শ্বহীদ দিৱস উদযাপিত হয়। ধুবুৰী জিলা প্রশাসন উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত অনুষ্ঠিত এক ভাৱগম্ভীৰ পৰিৱেশৰ সেই শ্বহীদ…

শ্বহীদ প্ৰণামো তোমাক… বৰাগাঁৱত মুকলি শ্বহীদ স্মাৰক ক্ষেত্ৰ

আজি শ্বহীদ দিৱস। অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হৈছে। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ অসম আন্দোলনত বহু সাধাৰণ মানুহে অংশ লৈ নিজৰ জীৱন বিসর্জন দিছিল। বহু লোক চিৰদিনৰ বাবে নোহোৱা হৈ পৰিছিল। ১৯৮৫ চনৰ অসম চুক্তিৰ জৰিয়তে…

এতিয়ালৈ নিৰ্বাপণ হোৱা নাই Sohum Emporia-ৰ জুই

গুৱাহাটী মহানগৰত Sohum Emporiaত ভয়ংকৰ অগ্নিকাণ্ড, কোটি-কোটি টকাৰ সম্পত্তি ভস্মীভূত গুৱাহাটী মহানগৰত মঙলবাৰে মাজনিশা সংঘটিত হৈছে এক ধ্বংসাত্মক অগ্নিকাণ্ড। এবিচিস্থিত Sohum Emporia শ্বপিং মলত এই জুই লাগি মুহূৰ্ততে ভয়ংকৰ ৰূপ লয়। অট্টালিকাটোৰ…

সংকট এতিয়াও শেষ হোৱা নাই : আজিও ইণ্ডিগ’ৰ বিমান বাতিল

সংসদত মঙলবাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাম মোহন নাইডুৱে স্পষ্টকৈ কয় যে অৱস্থা লাহে লাহে উন্নতি হ'বলৈ ধৰিছে, দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব আৰু সংকটৰ ফলত ক্ষতিগ্ৰস্ত যাত্ৰীসকলক ৰিফাণ্ড প্ৰদান কৰা হৈছে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীৰ এই দাবীৰ পাছতো…

মৰিগাঁৱত চাইবাৰ অপৰাধীৰ মূৰৰ কামোৰণি DSP সমীৰণ বৈশ্য

মৰিগাঁও আৰক্ষীৰ আন এক বৃহৎ সাফল্য। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত তিনি বছৰত গ্ৰেপ্তাৰ ৩০২ চাইবাৰ অপৰাধী। মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকজনৰ নেতত্বত নিশা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলায় লাহৰীঘাটত। নিশাৰ অভিযানত লাহৰীঘাটৰ…

ইণ্ডিয়া বুক অৱ ৰেকর্ডছত স্থান লাভ দৃষ্টিহীন কণ্ঠশিল্পী মনোজ কুমাৰ দাসৰ

‘শাৰীৰিক অক্ষমতা সফলতা অর্জনৰ বাবে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷’ বিভিন্ন সময়ত চর্চিত এই বাক্যশাৰী দিঠকত পৰিণত হৈছে দৃষ্টিহীন কণ্ঠশিল্পী মনোজ কুমাৰ দাস (কাশ্যপ)ৰ ক্ষেত্রত৷ ভাৰতৰ কিংবদন্তি শিল্পী কিশোৰ কুমাৰৰ বিভিন্ন হিন্দী চিনেমাৰ ৫৩টা কালজয়ী…

কটকত দক্ষিণ আফ্ৰিকা বধ, বলাৰৰ ধুমুহাত তচনচ প্ৰটিয়াজ বাহিনী

ঘৰুৱা দল টীম ইণ্ডিয়াই সহজ জয়েৰে টি–২০ শৃংখলাত অভিযান আৰম্ভ কৰিছে৷ কটকত অনুষ্ঠিত মেচখনত ভাৰতে দক্ষিণ আফ্রিকাক ১০১ ৰানত পৰাস্ত কৰি পাঁচখনীয়া মেচৰ শৃংখলাটোত ১–০ত অগ্রগতি লাভ কৰিছে৷ মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ১৭৬ ৰানৰ লক্ষ্য…

দেহৰ ওপৰেৰে উঠি গ’ল মাটি কঢ়িওৱা ট্ৰাক, মাতৃৰ মৃত্যু, জীয়ৰীৰ অৱস্থা সংকটজনক

নগাঁৱৰ মোল্লাপটিত ভয়ংকৰ পথ দুৰ্ঘটনা। মাতৃ আৰু জীয়াৰী স্কুটী চলাই আহি থকাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনা। মাটি কঢ়িওৱা ট্ৰাক ওপৰেদি উঠি যোৱা ফলত মৃত্যু হয় মাকৰ। আনহাতে জীয়েকক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।…

দুৰ্ঘটনাত চালক-হেণ্ডিমেনসহ থিতাতে নিহত ২

বোকাখাতত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত চালক হেণ্ডিমেনসহ দুজন থিতাতে নিহত হয় ৷ নগাঁও ডবকাৰ পৰা চিমেন্ট ভৰ্তি AS 03 BC 3451 নম্বৰৰ ট্ৰাকখন যোৰহাটলৈ বুলি আহি থকা অৱস্থাত বোকাখাতৰ লতাবাৰীৰ ৰয়েল আৱাসৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই…

মহানগৰী গুৱাহাটীৰ SOHUM EMPORIAত জুই, বিপদত SBI-ৰ গ্ৰাহক

গুৱাহাটীৰ মহানগৰীৰ জি এছ ৰোডৰ এবিচিৰ SOHUM EMPORIAত লাগিল জুই অট্টালিকাটোৰ ৬টাকৈ মহলালৈ বিয়পে জুই গুৱাহাটীত নিশা ভয়ংকৰ অগ্নিকাণ্ড জানিব পৰা হোৱা নাই জুইৰ সূত্রপাতৰ কাৰণ ইফালে SOHUM EMPORIAত আছে SBIৰ কেইবাটাও শাখা SBIৰ…