নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Indigo-ৰ বিমান সেৱা ৫ শতাংশ হ্ৰাসৰ নিৰ্দেশ DGCA-ৰ

Indigo এয়াৰলাইন্সৰ বিমান সেৱা ৫ শতাংশ হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰিলে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডি জি চি এ)। মঙলবাৰে জাৰি কৰা এই নিৰ্দেশত কোৱা হৈছে যে বিশেষকৈ উচ্চ চাহিদাৰ পথসমূহ আৰু উচ্চ কম্পাংকযুক্ত সকলো পথত বিমান সেৱা হ্ৰাস কৰা…

প্ৰথম টি-২০ৰ পূৰ্বে পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন ভাৰতীয় ক্ৰিকেট দলৰ…

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : প্ৰথম টি-২০ মেচৰ পূৰ্বে ওড়িশাৰ পুৰীত থকা জগন্নাথ মন্দিৰ দৰ্শন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ সদস্যই। উল্লেখ্য যে মঙলবাৰে সন্ধিয়া কটকৰ বাৰাৱতী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই। ইয়াৰ…

পত্নী পঞ্চায়ত সভানেত্ৰী, পিছে কাম চলায় স্বামী আলী আকবৰে

নগাঁৱত কংগ্ৰেছ দলৰ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ গুণ্ডাগিৰি। গাঁও পঞ্চায়তৰ সভানেত্ৰী পত্নী। পিছে কাম কাজ চলায় স্বামীয়ে। নগাঁৱৰ হাতীযুজুৱা গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ বিজেপিৰ ৱাৰ্ড সদস্যাৰ স্বামীক হাত ভৰি বান্ধি তালিবানী শাস্তি কংগ্ৰেছী…

হাউলীৰ মৰা মানাহ নদীত অবাধ বেদখল, পৰ্যটনৰ বিকাশৰ সম্ভাৱনাক নস্যাৎ 

নিয়মীয়া বাৰ্তা, হাউলী, ৯ নৱেম্বৰ : হাউলী পৌৰসভাৰ এলেকাৰ মাজেৰে বৈ যোৱা ইতিহাসসমৃদ্ধ মৰা মানাহ নদীত হোৱা অবাধ বেদখলৰ ফলত বৃহত্তৰ হাউলী অঞ্চলৰ এক সমৃদ্ধশালী ইতিহাস পাহৰণিৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে। এই বৃহত্তৰ অঞ্চলটোৰ বাৰিষাৰ পানী ওলাই…

আলোপতিত সাংবাদিকৰ ঘৰত চোৰৰ চাফাই অভিযান…

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৯ ডিচেম্বৰ : বৰপেটা জিলাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰ চৰ গাঁৱত নগৰবেৰা ষ্টেচনৰ সাংবাদিক আইনাল হকৰ ঘৰত চোৰে চলালে চাফাই অভিযান। সোমবাৰে নিশা চোৰে লুটি নিলে দুযোৰ সোণৰ খাড়ু আৰু প্ৰায় ৫,৬০০ নগদ টকা | পৰিয়ালৰ…

গোৱা কাণ্ড : অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমত বিবৃতি সৌৰভৰ

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : শনিবাৰে মাজনিশা গোৱাৰ এটা নৈশ ক্লাবত সংঘটিত ভয়াৱহ অগ্ণিকাণ্ডৰ ফলত এই পর্যন্ত ২৫জন লোকৰ মৃত্যু ঘটিছে আৰু নৈশ ক্লাবটোৰ মালিক সৌৰভ লুথৰা অগ্ণিকাণ্ড সংঘটিত হোৱাৰ পিছৰ পৰা পলাতক অৱস্থাত আছে৷ ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ…

ছাত্ৰ ৰাজনীতি এৰি সক্ৰিয় ৰাজনীতিলৈ…. বিজেপিলৈ ধীৰাজ গোৱালা

ছাত্ৰ ৰাজনীতি এৰি সক্ৰিয় ৰাজনীতিলৈ চাহ জনজাতি ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি ধীৰাজ গোৱালা। আজি আনুষ্ঠানিকভাৱে তিতাবৰৰ সন্তান অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি ধীৰাজ গোৱালাই যোগদান কৰিব বিজেপিত। গুৱাহাটীৰ বাজপেয়ী ভৱনত বিয়লিৰ…

কাইলৈ শ্বহীদ দিৱস, বৰাগাঁৱত নতুন শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

কাইলৈ শ্বহীদ দিৱস উপলক্ষে গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰা নতুন শ্বহীদ স্মাৰক ক্ষেত্ৰৰ শুভ উদ্বোধন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। এই স্মাৰক ক্ষেত্ৰ বিশেষ, কিয়নো ৮৬০গৰাকী শ্বহীদৰ স্মৃতি মনত…

ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনত ৫৪২টা পদৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১২ ডিচেম্বৰ ব’ৰ্ডাৰ ৰোডছ অর্গেনাইজেচনৰ অধীনত ৫ শতাধিক পদত প্রার্থী নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে৷

দখলী ভূমিত পুখুৰী খান্দি মৎস্য পালন… এইবাৰ ধিঙত উচ্ছেদৰ জাননী প্ৰশাসনৰ

ধিঙত ১৬ ডিচেম্বৰত নগাঁও জিলা প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰীক চৰকাৰী ভূমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে। উচ্ছেদ চলিব লগা ঠাইসমূহ হল- ধিঙৰ চালনাবৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি,…