নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা কলাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়াৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : নিশা কলাইগাঁৱৰ গৰুবন্ধাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে এখন বলেৰ' বাহনে। ভয়াৱহ দুৰ্ঘটনাটোত মৃত্যু হয় আৰক্ষী বিষয়া দুলুমণি মেধিৰ। মৃত দুলুমণি মেধিৰ ঘৰ মঙলদৈৰ আৰেঙত।…

আৰক্ষীৰ জালত মহানগৰীৰ ভিন্ন প্ৰান্তত সন্ত্ৰাস চলোৱা পাঁচ গভাইত চোৰ

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : মহানগৰীৰ বিভিন্ন প্ৰান্তত চুৰি কাণ্ড সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা পাঁচ দুৰ্ধৰ্ষ চোৰ জালত পৰিছে আৰক্ষীৰ। বশিষ্ঠ আৰক্ষীৰ জালত পৰা ৫ গভাইত চোৰ হ'ল হাউলীৰ জাকিৰ আলী, জুৰিয়াৰ আশ্ৰাফুল ইছলাম, মুকালমুৱাৰ চাহজাহান…

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া দল ঘোষণা

নিউজ ডেস্ক, ২৪ নৱেম্বৰ : দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে বিচিচিআয়ে৷ শুভমন গিলৰ অনুপস্থিতিত ভাৰতক নেতৃত্ব দিব লোকেশ ৰাহুলে৷ প্রায় দুবছৰৰ পিছত তেওঁক পুনৰ ভাৰতীয় দলৰ অধিনায়ক হিচাপে দেখা যাব৷…

মহানগৰীৰ খ্ৰীষ্টানবস্তিত যুৱতী সাংবাদিকে ল’লে চৰম পথ, বিয়াৰ বাবে চিঠিও ছপাইছিল…

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ : মহানগৰীৰ খ্ৰীষ্টানবস্তিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী যুৱতী সাংবাদিকে ল'লে চৰম পথ। এটা সংবাদ প্ৰতিষ্ঠানৰ ভিতৰত উদ্ধাৰ হয় যুৱতী সাংবাদিকগৰাকীৰ নিথৰ দেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ…

কোন দিশে নীতিশ কুমাৰ

শাৰীৰিক অসুস্থতাৰ অজুহাত লৈ বিৰোধীসকলে সমালোচনাৰ লক্ষ্য কৰি লৈছিল বিহাৰৰ প্রবীণ জে ডি ইউৰ নেতা নীতিশ কুমাৰক৷ কিন্তু বিহাৰৰ ভোটযুদ্ধত এইগৰাকী নেতাই শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ ফলত নীতিশকেই ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ আসন এৰি দিবলগীয়া হয়৷ দশমবাৰৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২৪ নৱেম্বৰ, আঘোণ মাহৰ ৭ তাৰিখ সোমবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : পূর্বষাঢ়া, যাত্রা : শুভ মেষ : দিনটোত মনলৈ কিছু আনন্দৰ বতৰা আহিব৷ উপার্জনত বাধা পাব৷ বিদ্যাত সুনাম৷ ৰাজনীতিবিদসকলে বিপদত সোমাই পৰিব৷ প্রেমত বাধা…

ৰঙাপৰা সমষ্টিৰ ২৫ হাজাৰ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, বালিপৰা, ২৩ নৱেম্বৰ : শোণিতপুৰ জিলাৰ ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিৰ ২৫হাজাৰ মহিলাক আজি মহিলা উদ্যমিতা আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে দহ হাজাৰ টকাৰ চেক বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ড০ শৰ্মাই ৰঙাপৰা…

নগাঁৱৰ ভিন্ন প্ৰান্তত আঘোণৰ ধাননি পথাৰত বন্যহস্তীৰ উপদ্ৰৱ

বিশেষ বাৰ্তা, নগাঁও, ২৩ নৱেম্বৰ : আঘোণৰ পথাৰত এতিয়া শালি ধানে ভৰপক দিছে।সোণোৱালী ধাননি পথাৰত কৃষক ৰাইজে সোণগুটি চপোৱাৰ কামত ব্যস্ত হোৱাৰ সময়তে নামি আহিছে আন এক দুৰ্যোগ। পথাৰত ধান পকাৰ লগে লগেই পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহিছে জাকে…

নগাঁৱত সক্ৰিয় গুলী, পিষ্টলসহ আটক এজন…

🔹 নগাঁও আৰক্ষীয়ে দেওবাৰে উদ্ধাৰ কৰে পিষ্টলসহ দুই ৰাউণ্ড সক্ৰিয় গুলী 🔹 চাদিকুৰ ৰহমান চৌধুৰী নামৰ শ্ৰীভূমিৰ পিষ্টল সৰবৰাহকাৰীক গ্ৰেপ্তাৰ 🔹 AS-01 FF-3035 নম্বৰৰ বিলাসী বাহনসহ গ্ৰেপ্তাৰ চাদিকুৰক 🔹 পিষ্টলটো নগাঁৱত বিক্ৰী কৰিবৰ বাবে আনিছিল…

ডিচেম্বৰত পুনৰ আৰম্ভ যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মুখ্য…

বিশেষ বাৰ্তা, মাজুলী, ২৩ নৱেম্বৰ : মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম প্ৰায় ডেৰ বছৰে বন্ধ হৈ আছে। পূৰ্বৰ কোম্পানীয়ে দলংখনৰ নিৰ্মাণৰ কাম এৰি দিয়াৰ পাছৰে পৰা মৰিশালিসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে দলং নিৰ্মাণস্থলীত।…