নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত মৃত্যুৰ কিৰীলি : গহপুৰ-কাকপথাৰ-হাজো-ঢেকীয়াজুলিত দুৰ্ঘটনা

গহপুৰত দুৰ্ঘটনা, নিহত ট্ৰাক চালক গহপুৰৰ ব্ৰহ্মাজান মহেন্দ্ৰপুৰৰ ১৫নং ৰাষ্ট্ৰীয় পথত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত হৈছে। পুৱতিনিশা লখিমপুৰ অভিমুখী ৰখাই থোৱা AS01 9344 নম্বৰৰ বিকল ট্ৰাক এখনত একে দিশৰে অহা AS01QC 4279 নম্বৰৰ ইটাভৰ্ত্তি ট্ৰাক…

বোকাজান-ত পথ দুৰ্ঘটনাত থিতাতে নিহত গৃহৰক্ষী জোৱান

বোকাজানত আজি পুৱতিনিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ফলত এগৰাকী কৰ্মৰত গৃহৰক্ষীৰ জোৱানৰ থিতাতে মৃত্যু হয়। ঘটনাটো ঘটে বোকাজান আৰক্ষী থানাৰ সৰিয়হজানস্থিত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত, য'ত তালাচীৰ দায়িত্বত আছিল গৃহৰক্ষী জোৱানজন। নিহত গৃহৰক্ষী জোৱান…

এছেজ -ত দুই চিৰন্তন প্রতিদ্বন্দ্বী অষ্ট্রেলিয়া-ইংলেণ্ডৰ মহাৰণ

এছেজ -ত প্রথমখন টেষ্টৰ প্রথম দিনাই ১৯টাকৈ উইকেটৰ পতন নিউজ ডেস্ক, ২২ নৱেম্বৰ : দুই চিৰন্তন প্রতিদ্বন্দ্বী অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ মাজত কালিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক এছেজ শৃংখলা৷ কালিৰে পৰা আৰম্ভ হোৱা প্রথমখন টেষ্টৰ প্রথম দিনাই পতন ঘটে…

ডিমাকুছিত যুৱতী নিৰুদ্দেশক লৈ চাঞ্চল্য, এসপ্তাহে সন্ধানহীন বৰষা দাস

ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ৪নং ৰজাগড়ৰ এগৰাকী ২৩ বছৰীয়া যুৱতী বিগত এসপ্তাহে সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ৰজাগড় নিবাসী হিৰেণ দাস আৰু ৰিঞ্জু দাসৰ কন্যা বৰষা দাস (২৩) বিগত ১৬…

বজালী-ৰ সাংবাদিক ৰাণা ডেকাক হ*ত্যাৰ ভাবুকি হিতেশ দেৱ শৰ্মাৰ

অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক হিতেশ দেৱ শৰ্মাই বজালীৰ এগৰাকী ব্যক্তিগত টিভি চেনেলৰ সাংবাদিকক হত্যাৰ ভাবুকি দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে…

বিশ্বজয়ী উমা চেত্ৰীক সম্বৰ্ধনা ক্ৰীড়া-যুৱ কল্যাণ বিভাগৰ

প্ৰতিগৰাকী চেম্পিয়নে ক’ৰ পৰা আহিছে তাৰ কাহিনী কঢ়িয়াই লৈ ফুৰে। আই চি চিৰ মহিলা বিশ্বকাপ বিজয়ী দল ২০২৫ৰ সদস্য উমা চেত্ৰীক অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে সন্মান জনোৱাৰ লগতে অফুৰন্ত মৰম যাচে। উমাৰ এই কৃতিত্বৰ স্বীকৃতিস্বৰূপে তেওঁক…

জাপানৰ নতুন আইন

জাপানৰ নতুন আইন বিশ্বৰ শক্তিশালী অর্থনীতিৰ দেশৰ ভিতৰত জাপানো অন্যতম৷ ক’ৰোনা অতিমাৰীয়ে বিধ্বস্ত কৰি যোৱা গোলকীয় অর্থনীতিৰ নেতিবাচক প্রভাৱৰ পৰা সূর্য উঠা দেশ জাপান লাহে–ধীৰে উজ্জীৱিত হৈছে যদিও অর্থনীতিৰ ওপৰত থকা প্রত্যাহ্বানৰ পৰা মুক্ত হ’ব…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২২ নৱেম্বৰ, আঘোণ মাহৰ ৫ তাৰিখ শনিবাৰ : তিথি–শুক্লা দ্বিতীয়, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই মেষ : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ হেৰোৱা সম্পত্তি পুনঃপ্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত…

ঢকুৱাখনা-ত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী, ডেৰ সহস্ৰাধিকৰ বিজেপিত যোগদান

সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত নিৰ্বাচনক লৈ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। শাসকীয় বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে দলীয় ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ হাতত লৈছে। তাৰ অংশস্বৰূপে ৭৭নং ঢকুৱাখনা সমষ্টিৰ…

ৰূপহীহাটত গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি বেদখল, কেইবাটাও পৰিয়াললৈ উচ্ছেদৰ জাননী

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২১ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেদখলকৃত ভূমি উচ্ছেদৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপৰ অংশৰূপে নগাঁৱৰ ৰূপহীহাটতো বেদখলক লৈ প্ৰশাসন সৰৱ হৈ পৰিছে ৷ ৰূপহীহাটৰ ভকতগাঁও গ্ৰেজিং ৰিজাৰ্ভত আজি কেইবাটাও পৰিয়াললৈ উচ্ছেদৰ…