বিলাসীপাৰাত বীৰছা মুণ্ডাৰ ১৫০সংখ্যক জন্মজয়ন্তী পালন
নিয়মীয়া বাৰ্তা, বিলাসীপাৰা, ১৫ নৱেম্বৰ : দেশৰ জনজাতিসকলৰ স্বাভিমান ৰক্ষা তথা সমাজ সংস্কাৰক, ত্যাগৰ প্ৰতীক, বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ আজি ১৫০সংখ্যক জন্ম জয়ন্তী দিৱস। দিৱসটি দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা…