ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞান সন্মিলন ২০২৫ত ৰূপৰ বঁটা লাভ বৰ্ণালী মহনৰ
বিশেষ বাৰ্তা, ডিব্ৰুগড, ৮ নৱেম্বৰ : অসমৰ গৌৰৱ বৃদ্ধি কৰি ডিব্ৰুগড়ৰ ডিকম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী বৰ্ণালী মহনে প্ৰথম ৰাষ্ট্ৰীয় শিক্ষক বিজ্ঞান সন্মিলন (NTSC–2025)ত ৰূপৰ বঁটা লাভ কৰিছে। সন্মিলনখন এন এইচ গোৱেল ৱৰ্ল্ড…