নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী ৰাস মহোৎসৱত অসম গ্ৰন্থমেলা উদ্বোধন মন্ত্ৰী ৰণোজ পেগুৰ

নিয়মীয়া বাৰ্তা, নলবাৰী, ৬ নৱেম্বৰ : ৯২সংখ্যক নলবাৰী ৰাস মহোৎসৱত আজি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা উদ্বোধন কৰা হয়। শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ বাকৰিত অনুষ্ঠিত কৰা গ্ৰন্থমেলাখন উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ…

ডবকাত জুবিন প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য অভিনেতা ৰবি শৰ্মাৰ

আজিৰ দিনটোত ডবকাৰ মোগল গাৰ্ডেনত সপৰিয়ালে উপস্থিত হৈ জুবিন গাৰ্গ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে খ্যাতনামা অভিনেতা ৰবি শৰ্মাই। ৰবি শৰ্মাই কয়— “আমি ধৈৰ্যৰে বাট চাই আছো। ন্যায় প্ৰক্ৰিয়া কেনেকৈ আগবাঢ়ে সেইটোতো আমি দৃষ্টি ৰাখিম। আমাৰ লক্ষ্য…

বিহাৰ বিধানসভা নিৰ্বাচন : প্ৰথম পৰ্যায়ত ১২১টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : আজি পুৱাৰে পৰা আৰম্ভ হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১৮খন জিলাৰ ১২১টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। বিহাৰৰ ৩.৭৫ কোটিতকৈও অধিক ভোটদাতাই প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত নিজৰ…

জনজাতিকৰণ : বিজেপি চৰকাৰৰ প্ৰতি পূৰ্ণ আস্থা আটাছুৰ মিলন বুঢ়াগোহাঁই গোটৰ

জনজাতিকৰণৰ দাবীত সৰৱ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মিলন বুঢ়াগোহাঁই গোট৷ আজি তিনিচুকীয়াত অনুষ্ঠিত হল কেন্দ্ৰীয় কায্যনিৰ্বাহক৷ ঘোষণা কৰিলে ১২ নৱেম্বৰৰ পৰা অসমজুৰি দীঘলীয়া কায্যসূচী ৷ এই লৈ আটাছুৰ কেন্দ্ৰীয় নেতৃত্বই অনুষ্ঠিত কৰে সংবাদ মেল ৷ সংবাদ…

ৰাজ্যত ৰাসোৎসৱ : ডুমডুমা-গোলাঘাট-ৰহা-ওদালগুৰি-চামগুৰিত কৃষ্ণ বন্দনা

ডুমডুমা ফিল'বাৰীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসোৎসৱ উদযাপন ডিজিটেল ডেস্ক, ৬ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ বৃহত্তৰ ফিল'বাৰী অঞ্চলৰ গাভৰুভেটিত আধ্যাত্মিক চিন্তা চৰ্চাৰে যোৱা ৪৫ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ৷ অসম অৰুণাচলৰ সীমান্তৰ…

ভাৰতীয় মহিলা ক্রিকেট দলৰ বার্ষিক চুক্তিত অসমৰ উমা চেত্রী

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : প্রথমবাৰৰ বাবে এদিনীয়া মহিলা বিশ্বকাপৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰাৰ পাছত জেপ গৰম হ’ল হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা দলটোৰ৷ বিশ্বকাপ জয়ী দলটোৰ প্রতিগৰাকী সদস্যই লাভ কৰিব শকত ধনৰ টোপোলা৷ ভাৰতীয় ক্রিকেট…

নাৰায়ণপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, হতাহত ২

ৰাসোৎসৱৰ আনন্দ উল্লাসৰ মাজতে নাৰায়ণপুৰৰ য'খৰিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে মহটিয়ালে দুই বাইক আৰোহীক। থিতাতে নিহত হয় লাল দাস (৩০) নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হয় নৱজ্যোতি দাস (১৮) নামৰ আন এজন…

পাহাৰীয়া জিলাত বৰ্তমান কোনো ভেটি নাই কংগ্ৰেছৰ

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পাহাৰীয়া জিলাত শেহতীয়া ভ্ৰমণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তুলিৰাম ৰংহাঙক লৈ কৰা মন্তব্যৰ ওপৰত চিইএম তুলিৰাম ৰংহাঙে প্ৰতিক্ৰিয়া আগবঢ়াইছে। তেওঁ কয় যে পাহাৰীয়া জিলাত কংগ্ৰেছৰ…

চতুৰ্থ দিনৰ বাবে চক্ৰপাণি পৰাশৰক তলব CIDৰ

চতুৰ্থ দিনৰ বাবে চক্ৰপাণি পৰাশৰক তলব CIDৰ ডিব্ৰু-ছৈখোৱাত জুবিনৰ সৈতে চক্ৰপাণিয়ে  লৈছিল এক সাক্ষাৎকাৰ জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ পাছত শেখৰজ্যোতি গোস্বামীৰ পৰা চক্ৰপাণি পৰাশৰে লৈছিল Exclusive সাক্ষাৎকাৰ সেই সন্দৰ্ভত চক্ৰপাণি…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় ‘এ’ দলত অসম সন্তান ৰিয়ান পৰাগ

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : পুনৰ ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটিল তাৰকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টৰ৷ আলহী দল দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলিবলগীয়া আসন্ন দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ বাবে ভাৰতৰ ১৫জনীয়া দলটো ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ…