নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SDO সঞ্জয় তামুলীক জে’ললৈ প্ৰেৰণ CIDৰ

মীন বিভাগত দুৰ্নীতি কৰি CIDৰ জালত মীন বিভাগৰ SDO ধৃত SDO সঞ্জয় তামুলীক জে'ললৈ প্ৰেৰণ CIDৰ চৰকাৰী পুঁজি পৰিয়াল-বন্ধুৰ নামত আবন্টন দি আত্মসাৎ প্ৰায় ২.৫০ কোটি টকা বিগত ২০২১ চনৰ পৰা সংঘটিত কৰিছিল এই কেলেংকাৰি CID থানাত সঞ্জয়ৰ…

বিজনীৰ ৩নং দাৰাংগাত অঘটন, বৈদ্যুতিক তাঁৰত লাগি দঁতাল হাতীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : ৰাজ্যত বনৰীয়া হাতীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ ঘটনা সংঘটিত হৈ অহাৰ পিছত এইবাৰ জীৱশ্ৰেষ্ঠৰ ফান্দত পৰি মৃত্যুবৰণ কৰিবলগীয়া হ'ল এটি বনৰীয়া হাতীয়ে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩নং দাৰাংগাত তামোল বাগান ৰক্ষাৰ বাবে…

ৰাজ্যিক মুখ্য তথ্য় আয়ুক্তৰ পৰা পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ…

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তই এৰিলে ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে এই সিদ্ধান্ত লৈ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান…

সংকটত সৃষ্টিশীলতা

বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ শিক্ষার্থীসকলক শিক্ষকসকলে প্রায়ে এছাইনমেণ্ট লিখিবলৈ দিয়ে৷ পূর্বেও দিছিল, আজিকালিও দিয়ে৷ অলপতে এজন শিক্ষার্থীয়ে মহাবিদ্যালয়ৰ পৰা দিয়া এছাইনমেণ্ট ঘৰত লিখি আছিল আৰু সকলোবোৰ লিখিছিল কৃত্রিম বুদ্ধিমত্তাৰ সহায় লৈ৷ এটা…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৬ নৱেম্বৰ, কাতি মাহৰ ১৯ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণ প্রতিপদ, নক্ষত্র : শতভিষা, যাত্রা : নাই মেষ : ৰাজহুৱা কামত জড়িতসকলে সহানুভূতি লাভ কৰিব৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দাম্পত্যত মতানৈক্য৷ বিদ্যাত জটিলতা৷ শুভ ৰং…

মৃত্যুতিথিত হোজাই, ডিব্ৰুগড়, নলবাৰী, চৰাইদেউ, বাসুগাঁও, নগাঁও, নাহৰকটীয়া, ধিং, মুছলপুৰ,…

হোজাই জিলা প্ৰশাসনৰ উদ্যোগত ভূপেন হাজৰিকাৰ ১৪ সংখ্যাক মৃত‌্যু দিৱস নিয়মীয়া বাৰ্তা, লংকাঃ আজি,৫ নবেম্বৰ তাৰিখে, সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ১৪ সংখ্যক মৃত্যু তিথিৰ দিনটোত হোজাই জিলাৰ আকাশে, বতাহে গুঞ্জৰিত হ'ল বিশ্ববিশ্ৰুত, মহান শিল্পীগৰাকীৰ…

ধুবুৰী, বজালী, শিৱসাগৰ, বংশৰ, বকো, মৰিগাঁও, কাজলগাঁও, নাজিৰা, চৰাইদেউ, বিহালী, বোকাজান, চিচিবৰগাঁৱত…

ধুবুৰীত সুধাকন্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নিয়মীয়া বাৰ্তা, ধুবুৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল'গতে আজি ধুবুৰীতো গণশিল্পী, পদ্মশ্ৰী ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

তিনিচুকীয়াত পাঁচ সহস্ৰাধিক লোকৰ কণ্ঠৰে নিগৰিল ভূপেনদাৰ গীত

ভূপেন হাজৰিকাৰ গীত আৰু গুণানুকীৰ্তনেৰে আজি মুখৰিত হৈ পৰিল তিনিচুকীয়াৰ ল'ৰাৰ আই টি আই খেলপথাৰ। সুধাকন্ঠৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ষৰ সৈতে সঙ্গতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত বৰগুৰিৰ এই খেলপথাৰত ভাৰত ৰত্ন সঙ্গীতজ্ঞগৰাকীৰ চতুৰ্দশ স্মৃতি দিৱস আজি…

হাফলঙত চাঞ্চল্য : কাৰাগাৰৰ পৰা পলাল DNAT সদস্য বেটচিং জিদুং

হাফলং উপ-কাৰাগাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। আজিৰ প্ৰায় দুপৰীয়া ১২ বজাত কাৰাগাৰৰ পৰা পলাই যায় বেটচিং জিদুং, যাক স্থানীয়ভাৱে “মাষ্টাৰ” বা “জন ডিমাছা জিদুং” নামেৰে জনা যায়। জিদুং ডিমা নেচনেল আর্মী টাইগাৰ্ছ্‌ (DNAT)-ৰ পূৰ্বৰ সদস্য বুলি…

মাজুলীত সমন্বয়ৰ নিদৰ্শন : দেউৰী ভাষাৰ ৰাসত মুগ্ধ দৰ্শক

অসমীয়া সংস্কৃতিৰ পথাৰখন জিপাল কৰি ৰখাত জনজাতীয় সমাজে এক প্ৰবল ভূমিকা পালন কৰি আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি মাজুলীত সম্প্ৰতিৰে উদযাপন কৰি অহা হৈছে আধ্যাত্মিক ৰাস উৎসৱ। মাজুলীৰ অন্যতম আধ্যাত্মিক উৎসৱ ৰাসোৎসৱক লৈ সমগ্ৰ মাজুলীতে এক…